- গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ তথা প্ৰাক্তন অধ্যাপক টাবুৰাম টাইড
- হৃদৰোগ আৰু নিউমনিয়াত আক্ৰান্ত হৈ হাস্পাতালত ভৰ্তি হ'বলগীয়া হয় শিক্ষাবিদ গৰাকী
- অসমীয়া ভাষা সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰখনত এটি প্ৰাতঃস্মৰণীয় নাম হৈছে টাবুৰাম টাইড
- কটন মহাবিদ্যায়ত ইংৰাজী বিভাগত 18 বছৰ ধৰি অধ্যাপনা কৰিছিল টাবুৰাম টাইডে
- ছেবাৰ অধ্যক্ষৰ আসনতো অধিষ্ঠিত আছিল তেওঁ
- মাধ্যমিক শিক্ষা বিভাগৰো সঞ্চালকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল টাবুৰাম টাইডে
- মিছিং সাহিত্য সভাৰ প্ৰতিষ্ঠাপক আছিল টাবুৰাম টাইড
গুৰুত্বৰভাৱে অসুস্থ টাবুৰাম টাইড - টাবুৰাম টাইড
নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন বিশিষ্ট শিক্ষাবিদ টাবুৰাম টাইড
গুৰুত্বৰভাৱে অসুস্থ টাবুৰাম টাইড
- গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ তথা প্ৰাক্তন অধ্যাপক টাবুৰাম টাইড
- হৃদৰোগ আৰু নিউমনিয়াত আক্ৰান্ত হৈ হাস্পাতালত ভৰ্তি হ'বলগীয়া হয় শিক্ষাবিদ গৰাকী
- অসমীয়া ভাষা সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰখনত এটি প্ৰাতঃস্মৰণীয় নাম হৈছে টাবুৰাম টাইড
- কটন মহাবিদ্যায়ত ইংৰাজী বিভাগত 18 বছৰ ধৰি অধ্যাপনা কৰিছিল টাবুৰাম টাইডে
- ছেবাৰ অধ্যক্ষৰ আসনতো অধিষ্ঠিত আছিল তেওঁ
- মাধ্যমিক শিক্ষা বিভাগৰো সঞ্চালকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল টাবুৰাম টাইডে
- মিছিং সাহিত্য সভাৰ প্ৰতিষ্ঠাপক আছিল টাবুৰাম টাইড
Intro:গুৱাহাটী, ১৪ আগষ্ট : গুৰুতৰ ভাবে অসুস্থ হৈ পৰিছে বৰেণ্য শিক্ষাবিদ, বিশিষ্ট
সাহিত্যিক, অধ্যাপক টাবুৰাম টাইড। সম্প্ৰতি গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছে বিশিষ্ট শিক্ষাবিদগৰাকী। হৃদৰোগ আৰু নিউমনিয়াত আক্ৰান্ত হৈ পৰা টাবুৰাম টাইড অসমীয়া ভাষা সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰখনত এটি প্ৰাতঃস্মৰণীয় নাম। সুদীৰ্ঘ ১৮ বছৰ কাল কটন মহাবিদ্যায়ত ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰিছিল টাইডে।Body:এসময়ত " ছেবা " ৰ অধ্যক্ষৰ আসনতো অধিষ্ঠিত হোৱা টাবুৰাম টাইডে মাধ্যমিক শিক্ষা বিভাগৰো সঞ্চালকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।Conclusion:এইগৰাকী বৰেণ্য শিক্ষাবিদ মিছিং সাহিত্য সভাৰ প্ৰতিস্থাপক সভাপতিও আছিল।