ETV Bharat / state

ISBTত জব্দ ভুৱা নম্বৰপ্লেট যুক্ত বাছ

মহানগৰীৰ ISBTত জব্দ বহিঃৰাজ্যৰ ভুৱা নম্বৰপ্লেট যুক্ত বাছ। কেৰালাৰ পৰা অনা হৈছিল বাছখন। কৰ ফাঁকি দিয়াৰ উদ্দেশ্যেৰে বহিঃৰাজ্যৰ বাছ অসমত বিক্ৰীৰ চেষ্টা।

ISBTত জব্দ ভুৱা নম্বৰপ্লেট যুক্ত বাছ
ISBTত জব্দ ভুৱা নম্বৰপ্লেট যুক্ত বাছ
author img

By

Published : Oct 29, 2020, 3:31 PM IST

গুৱাহাটী, ২৯ অক্টোবৰ: বহিঃৰাজ্যৰ বাছ অসমত বিক্ৰীৰ পৰিকল্পনা কৰি আৰক্ষীৰ জালত পৰিল অবৈধভাৱে বাছ বিক্ৰীৰ ব্যৱসায় চলোৱা চক্ৰৰ এজন সদস্য। বৃহস্পতিবাৰে পুৱতি নিশা মহানগৰীৰ ISBTত স্থানীয় আৰক্ষীয়ে জব্দ কৰে ভুৱা নম্বৰপ্লেট যুক্ত এখন বাছ।

ISBTত জব্দ ভুৱা নম্বৰপ্লেট যুক্ত বাছ
ISBTত জব্দ ভুৱা নম্বৰপ্লেট যুক্ত বাছ

কেৰালাৰ পৰা অনা হৈছিল KA-01AB-4753 নম্বৰৰ বাছখন। এটা চোৰাং চক্ৰই ISBTত বাছখনৰ নম্বৰপ্লেট সলনি কৰি আছিল। তেনে সময়তে স্থানীয় আৰক্ষীয়ে হাতে-লোটে ধৰে চক্ৰটোৰ এজন সদস্যক।

ISBTত জব্দ ভুৱা নম্বৰপ্লেট যুক্ত বাছ
ISBTত জব্দ ভুৱা নম্বৰপ্লেট যুক্ত বাছ

কিন্তু বৰ্তমানো পলাতক অৱস্থাত আছে বহিঃৰাজ্যৰ পৰা বাছখন ক্ৰয় কৰা চক্ৰটো। জানিব পৰা মতে,কৰ ফাঁকি দিয়াৰ উদ্দেশ্যেৰে বহিঃৰাজ্যৰ বাছখন আনি অসমত বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল এই চোৰাং চক্ৰটোৱে।

ISBTত জব্দ ভুৱা নম্বৰপ্লেট যুক্ত বাছ
ISBTত জব্দ ভুৱা নম্বৰপ্লেট যুক্ত বাছ

সম্প্ৰতি ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে। এই চক্ৰটোৱে দীৰ্ঘদিন ধৰি নম্বৰপ্লেট সলনি কৰি বহিঃৰাজ্যৰ বাহন বিক্ৰী কৰি আহিছে। আৰক্ষী আৰু পৰিবহণ বিভাগৰ তদন্তৰ অন্ততহে সকলো ৰহস্য ফাদিল হ'ব।

লগতে পঢ়ক:ৰে'ল ব্যক্তিগতকৰণৰ বিৰুদ্ধে মালিগাঁৱত কৰ্মচাৰীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.