ETV Bharat / state

"কংগ্ৰেছ এৰি অগপলৈ নাযাও" : অপূৰ্ব ভট্টাচাৰ্য

সম্প্ৰতি সোণাৰি বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা অপূৰ্ব ভট্টাচাৰ্যই অগপত যোগদানৰ বাতৰিক নস্যাৎ কৰি সোণাৰিৰ পৰাই এটা ভিডিঅ' সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে ৷ উক্ত ভিডিঅ’টোত তেখেতে কয় যে, এতিয়াও প্ৰদেশ কংগ্ৰেছৰ বিষয়বাব লৈ থকা আৰু নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা তেওঁ পুনৰ অগপলৈ ঘুৰি যোৱাৰ কোনো পৰিকল্পনা কৰা নাই ৷

কংগ্ৰেছ এৰি অগপলৈ নাযাওঃ অপূৰ্ব ভট্টাচাৰ্য
author img

By

Published : Oct 11, 2019, 2:58 PM IST

গুৱাহাটী, 11 অক্টোবৰঃ এসময়ত অগপ ত্যাগ কৰি কংগ্ৰেছলৈ ঢাপলি মেলা তিনি শীৰ্ষ নেতাই শীঘ্ৰে পুনৰ অগপলৈ প্ৰত্যাৱৰ্তন কৰিব বুলি ওলোৱা খবৰে তোলপাৰ লগাইছে ৰাজ্যৰ ৰাজনীতি ৷ বিশেষকৈ চাৰিটা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত এনে খবৰ তাৎপৰ্যপূৰ্ণ ৰূপে বিবেচিত হৈছে ৷ ইয়াৰ মাজতে বৰ্তমান প্ৰদেশ কংগ্ৰেছৰ মুখ্য মুখপাত্ৰৰ দায়িত্বত থকা অপূৰ্ব ভট্টাচাৰ্যই এনে সম্ভাৱনা সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে ৷

কংগ্ৰেছ এৰি অগপলৈ নাযাওঃ অপূৰ্ব ভট্টাচাৰ্য

সম্প্ৰতি সোণাৰি বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা অপূৰ্ব ভট্টাচাৰ্যই স্পষ্টীকৰণ দাঙি ধৰি সোণাৰিৰ পৰাই এটা ভিডিঅ' সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে ৷ উক্ত ভিডিঅ’টোত তেখেতে কয় যে, এতিয়াও প্ৰদেশ কংগ্ৰেছৰ বিষয়বাব লৈ থকা আৰু নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা তেওঁ পুনৰ অগপলৈ ঘুৰি যোৱাৰ কোনো পৰিকল্পনা কৰা নাই ৷ এইক্ষেত্ৰত তেখেতে সংবাদ মাধ্যমসমূহে কোনো উচিত তদন্ত নকৰাকৈ আৰু এই বিষয়ে তেখেতৰ বক্তব্য গ্ৰহণ নকৰাকৈয়ে উৰাবাতৰিৰ ভিত্তিত অগপত যোগদানৰ বাতৰি প্ৰকাশ কৰা বুলি তীব্ৰ সমালোচনা কৰে ৷

Intro:গুৱাহাটী, ১১ অক্টোবৰঃ এসময়ত অগপ ত্যাগ কৰি কংগ্ৰেছলৈ ঢাপলি মেলা তিনি শীৰ্ষ নেতাই শীঘ্ৰে পুণৰ অগপলৈ প্ৰত্যাবৰ্তন কৰিব বুলি ওলোৱা খবৰে তোলপাৰ লগাইছে ৰাজ্যৰ ৰাজনীতি। বিশেষকৈ চাৰিটা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত এনে খবৰ তাৎপৰ্যপূৰ্ণ ৰূপেও বিবেচিত হৈছে।Body:ইয়াৰ মাজতে বৰ্তমান প্ৰদেশ কংগ্ৰেছৰ মুখ্য মুখপাত্ৰৰ দায়িত্বত থকা অপূৰ্ব ভট্টাচাৰ্যই এনে সম্ভাৱনা নাকচ কৰিছে। সম্প্ৰতি সোণাৰি বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা অপূৰ্ব ভট্টাচাৰ্যই তেওঁৰ স্পষ্টীকৰণ দাঙি ধৰি সোণাৰিৰ পৰাই এটা ভিডিঅ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে।Conclusion:ভিডিঅটোত তেওঁ কয় যে এতিয়াও প্ৰদেশ কংগ্ৰেছৰ বিষয়বাব লৈ থকা আৰু নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা তেওঁ পুণৰ অগপলৈ ঘুৰি যোৱাৰ কোনো পৰিকল্পনা কৰা নাই।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.