আলফাৰ সাধাৰণ সম্পাদক তথা খিলঞ্জীয়া মঞ্চ অসমৰ মুখ্য আহ্বায়ক অনুপ চেতিয়াৰ মতে অসমে কেতিয়াও খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণৰ ক্ষেত্ৰত ১৯৫১ চনটোক ভিত্তিবৰ্ষ হিচাপে লোৱাটো মানি নলয়। ১৮২৬ খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল আৰু সেই সময়খিনিত অসমত বসবাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীহে " খিলঞ্জীয়া "। চাওক এই সাক্ষাৎকাৰ
অসমত খিলঞ্জীয়া কোন ? কি ক'লে অনুপ চেতিয়াই - অসম চুক্তিৰ ৬নং দফা
কেন্দ্ৰীয় চৰকাৰে অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণৰ বাবে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত গঠন কৰি দিয়া উচ্চ পৰ্যায়ৰ কমিটিখনে ইতিমধ্যে "খিলঞ্জীয়া "কোন তাকে লৈ চিন্তাচৰ্চা কৰি থকা সময়তে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে "খিলঞ্জীয়া মঞ্চ অসম"ৰ মুখ্য আহ্বায়ক তথা আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই।
![অসমত খিলঞ্জীয়া কোন ? কি ক'লে অনুপ চেতিয়াই অসম চুক্তিৰ ৬নং দফা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4355384-thumbnail-3x2-anup-chetia.jpg?imwidth=3840)
অসমত"খিলঞ্জীয়া"কোন?
আলফাৰ সাধাৰণ সম্পাদক তথা খিলঞ্জীয়া মঞ্চ অসমৰ মুখ্য আহ্বায়ক অনুপ চেতিয়াৰ মতে অসমে কেতিয়াও খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণৰ ক্ষেত্ৰত ১৯৫১ চনটোক ভিত্তিবৰ্ষ হিচাপে লোৱাটো মানি নলয়। ১৮২৬ খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল আৰু সেই সময়খিনিত অসমত বসবাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীহে " খিলঞ্জীয়া "। চাওক এই সাক্ষাৎকাৰ
Last Updated : Jun 28, 2022, 10:36 AM IST