ETV Bharat / state

শ্ৰেণীবৰ্জনৰে CAAৰ বিৰুদ্ধে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ - বিতৰ্কিত আইন

CAAৰ শুনানি গ্ৰহণৰ দিনটোতে শ্ৰেণী বৰ্জন কৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সকলে ৷ বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ সন্মূখত CAAৰ প্ৰতিলিপি দাহ কৰিলে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী সকলে ৷

anti caa protest by gauhati university students
প্ৰতিবাদ সাব্যস্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজৰ
author img

By

Published : Jan 22, 2020, 12:38 PM IST

গুৱাহাটী,22 জানুৱাৰীঃ বুধবাৰে শ্ৰেণী বৰ্জন কৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে। দেশৰ সৰ্ব্বোচ্চ ন্যায়ালয়ত CAAৰ শুনানি গ্ৰহণৰ দিনটোত শ্ৰেণী বৰ্জন কৰাৰ সিদ্ধান্ত লৈছিল উত্তৰ-পূৰ্বাঞ্চলৰ সকলো বিশ্ববিদ্যালয়ে। এই সিদ্ধান্ত অনুসৰি আজি পুৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ সন্মূখত CAAৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। কোনো কাৰণতে নাগৰিকত্ব আইন মানি নোলোৱাৰ হুংকাৰ প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ । বিতৰ্কিত আইনখন বাতিল নোহোৱা পৰ্যন্ত ছাত্ৰ সমাজে এনেদৰেই ঐক্যবদ্ধ হৈ প্ৰতিবাদ কৰি যোৱাৰ সংকল্প লোৱাৰ লগতে আগন্তুক নিৰ্বাচনত বিজেপি-অগপক পৰাভূত কৰিবলৈও ৰাইজক আহ্বান জনালে ছাত্ৰ সমাজে ।

CAA ৰ শুনানি গ্ৰহণৰ দিনটোতে শ্ৰেণীবৰ্জন গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজৰ

লগতে পঢ়ক ঃ 'কা' সন্দৰ্ভত আজি শুনানি উচ্চতম ন্যায়ালয়ত

Intro:বুধবাৰে শ্ৰেণীবৰ্জন কৰি নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদ সাব্যস্ত কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজে। দেশৰ সৰ্ব্বোচ্চ ন্যায়ালয়ত কা'ৰ শুনানি গ্ৰহণৰ দিনটোত শ্ৰেণী বৰ্জন কৰাৰ সিদ্ধান্ত লৈছিল উত্তৰ-পূৰ্বাঞ্চলৰ সকলো বিশ্ববিদ্যালয়ে। এই সিদ্ধান্ত অনুসৰিয়ে পুৱাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰ সন্মূখত কা'ৰ প্ৰতিলিপি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। কোনো কাৰণতে নাগৰিকত্ব আইন মানি নোলোৱাৰ হুংকাৰ প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ। বিতৰ্কিত আইনখন বাতিল নোহোৱা পৰ্যন্ত ছাত্ৰসমাজে এনেদৰেই ঐক্যবদ্ধ হৈ প্ৰতিবাদ কৰি যোৱাৰ সংকল্প লৈছে। ইফালে আগন্তুক নিৰ্বাচনত বিজেপি-অগপক পৰাভূত কৰিবলৈও ৰাইজক আহ্বান জনালে ছাত্ৰসমাজে।

Body:Guwahati Conclusion:Hirul Haque
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.