ETV Bharat / state

তৰুণ গগৈৰ মিমিক্ৰি কৰি জনপ্ৰিয় হোৱা অংশুমান ভূঞাৰ শোকপ্ৰকাশ

author img

By

Published : Nov 24, 2020, 10:25 PM IST

প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জীৱন শৈলী, ভাষা, ভাব-ভংগীমাক অনুসৰণ কৰি জনপ্ৰিয় হৈ পৰা জুনিয়ৰ তৰুণ গগৈ হিচাপে পৰিচিত কৌতুক অভিনেতা অংশুমান ভূ়ঞাই বৰেণ্য নেতাগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।

angsuman-bhuyan-tribute-pass-away-ex-cm-tarun-gogoi
তৰুণ গগৈৰ মিমিক্ৰি কৰি জনপ্ৰিয় হোৱা অংশুমান ভূঞাৰ শোকপ্ৰকাশ

গুৱাহাটী,24 নৱেম্বৰঃ ৰাজনীতি পথাৰত অৰ্ধশতিকাজোৰি বৰ্ণাঢ়্য অৱদান আগবঢ়োৱা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোকস্তব্ধ সমগ্ৰ ৰাজ্যৰ লগতে সমগ্ৰ দেশ। প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ জীৱন শৈলী, ভাষা, ভাব-ভংগীমাক অনুসৰণ কৰি জনপ্ৰিয় হৈ পৰা জুনিয়ৰ তৰুণ গগৈ হিচাপে পৰিচিত কৌতুক অভিনেতা অংশুমান ভূ়ঞাই বৰেণ্য নেতাগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।

একেদৰে তৰুণ গগৈৰ আকস্মিক মহাপ্ৰয়াণক সহজভাৱে ল'ব পৰা নাই অভিনেতাগৰাকীয়ে। তেখেত যদিও মৃত্যু হৈছে তথাপি তেখেতৰ প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতাক সুঁৱৰি মিমিক্ৰি কৰি যোৱাৰ কথা প্ৰকাশ কৰে কৌতুক অভিনেতা তথা জুনিয়ৰ তৰুণ গগৈ খ্যাত অংশুমান ভূঞাই।

লগতে পঢ়কঃ তৰুণ গগৈৰ মৃত্যুত আৱেগিক প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.