ETV Bharat / state

5 অক্টোবৰ কাণ্ড সন্দৰ্ভত আৰক্ষী দায়বদ্ধতা আয়োগত উপস্থিত প্ৰতিবন্ধী সুৰক্ষা সংস্থা - etv bharat

ৰাজ্যৰ বিভিন্ন প্ৰান্তত খালী হৈ থকা মাহেকীয়া ভাট্টা বিশেষভাৱে সক্ষম লোকৰ বাবে মোকলাই দিয়াৰ লগতে বিভিন্ন দাবীত গণতান্ত্ৰিক প্ৰতিবাদ কৰিছিল একাংশ লোকে

5 অক্টোবৰ কাণ্ড সন্দৰ্ভত আৰক্ষী দায়বদ্ধতা আয়োগত উপস্থিত প্ৰতিবন্ধী সুৰক্ষা সংস্থা
author img

By

Published : Apr 27, 2019, 4:10 AM IST

27 এপ্ৰিল,গুৱাহাটীঃ বিগত বৰ্ষক 5 অক্টোবৰত দিছপুৰ লাষ্ট গেটত মাহেকীয়া ভাট্টা মোকলাই দিয়াৰ দাবীত বিশেষভাৱে সক্ষম লোকসকলে সাব্যস্ত কৰা এক প্ৰতিবাদত আৰক্ষীয়ে প্ৰহাৰ কৰিছিল প্ৰতিবাদকাৰীসকলক, সেই অমানৱীয় কাৰ্যৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিবলৈ শুকুৰবাৰে আৰক্ষী দায়বদ্ধতা আয়োগত উপস্থিত হয় প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সদস্যসকল ৷ দিছপুৰ লাষ্ট গেটত সংঘটিত হোৱা এই কাণ্ডৰ বহু দিন উকলি যোৱাৰ পাচত তদন্তৰ বাবে সাক্ষ্যদান কৰাৰ উদ্দেশ্যৰে সংস্থাটোৰ সদস্যসকলক নিজাববীয়াকৈ মাতি পঠিয়ায় আৰক্ষী দায়বদ্ধতা আয়োগে ৷

5 অক্টোবৰ কাণ্ড সন্দৰ্ভত আৰক্ষী দায়বদ্ধতা আয়োগত উপস্থিত প্ৰতিবন্ধী সুৰক্ষা সংস্থা

উল্লেখ্য যে, বিগত 5 অক্টোবৰত চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ উদ্দেশ্যৰে প্ৰতিবাদী সুৰক্ষা সংস্থাৰ আহ্বানত দৃষ্টিহীন পৰিষদ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিশেষভাৱে সক্ষম প্ৰতিবাদকাৰী উপস্থিত হৈছিল ৷ মাহেকীয়া ভাট্টা বিশেষভাৱে সক্ষম লোক সকলৰ বাবে মোকলাই দিয়াৰ লগতে বিভিন্ন দাবীত গণতান্ত্ৰিক প্ৰতিবাদ কৰিছিল একাংশ লোকে ৷ কিন্তু ,পানী, শিল, লাঠী চালনাৰে প্ৰতিবাদ কৰা লোকসকলক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল আৰক্ষীয়ে ৷

Intro:যোৱা 5 অক্টোবৰত ঘটিছিল এক ঘটনা। চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যাওঁতেই ঘটিছিল ঘটনাটো।দিছপুৰ লাষ্ট গেটত নিজৰ অধিকাৰ বিচাৰি ,চৰকাৰী বিৰোধিতাৰ বাবে প্ৰতিবাদত বহিছিল প্ৰতিবাদী সুৰক্ষা সংস্থাৰ আহ্বানত দৃষ্টিহীন পৰিষদ তথা ৰাজ্যৰবিভিন্ন প্ৰান্তৰ উপস্থিত হৈছিল বিশেষভাৱে সক্ষম প্ৰতিবাদকাৰী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত খালি হৈ থকা বিশেষভাৱে সক্ষম লোকৰ মাহেকীয়া ভট্টাক খুলি দিবৰ বাবে বিভিন্ন দাবীৰে গণতান্ত্ৰিক প্ৰতিবাদ কৰিছিল সেইসকল লোকে ।কিন্তু চৰকাৰে কঠোৰ হাতেৰে প্ৰতিহিত কৰিছিল আন্দোলন।পানী শিলৈ লাঠী ছালনাৰে নিৰ্মম ভাবে প্ৰহাৰ কৰা হৈছিল আন্দোলন কাৰীক।

Body:সেই ঘটনাৰ পিছত আজি আৰক্ষীৰ এই অমানৱীয় কাৰ্য সন্দৰ্ভত গোচৰ ৰুজ কৰিবলৈ আৰক্ষী দায়বদ্ধতা আয়োগত উপস্থিত এইসকল লোক।নিজা ববিয়াকৈ আৰক্ষী দায়বদ্ধতা আয়োগে ঘটনাৰ দিন উকলি যোৱাৰ ইমান দিনৰ পাছত তদন্তৰ বাবে সাক্ষ্য দান কৰাৰ উদ্দেশ্য মাতি আনিছে এইসকল লোকক।
Bite:-নিপেন মালাকাৰ( প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ secatry)

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.