ETV Bharat / state

"মই ভালেই আছো সকলো অসমবাসী ৰাইজ ভালে থাকক": অখিল গগৈ - NIA wants Akhil gogoi in custody for next 10 days

2021 ত বিজেপিক পৰাভূত কৰিব পাৰিবই লাগিব: অখিল গগৈ

author img

By

Published : Jan 10, 2020, 3:59 PM IST

Updated : Jan 10, 2020, 9:05 PM IST

15:50 January 10

"CAA" বাতিল তাৰ পিচতহে ৰাজনৈতিক দলক বিকল্প হিচাপে লোৱাৰ কথা চিন্তা কৰিবলৈ আহ্বান কৃষক নেতাগৰাকীৰ ৷

2021 ত বিজেপিক পৰাভূত কৰিব পাৰিবই লাগিব: অখিল গগৈ

গুৱহাটী, 10 জানুৱাৰী:  " 2021 ত বিজেপিক পৰাভূত কৰিব পাৰিবই লাগিব । মই ভালেই আছো অসম বাসী ৰাইজ ভালে থাকক " কিছু সময় পূৰ্বে NIA ৰ জিম্মাৰ পৰা পোনে পোনে কাৰাগাৰলৈ লৈ যোৱা অখিল গগৈয়ে সংবাদ মাধ্যমক উদ্দেশ্যি এনেদৰে মন্তব্য কৰে ৷  ইয়াৰোপৰি প্ৰথমে "CAA" বাতিল তাৰ পিচত হে ৰাজনৈতিক দলক বিকল্প হিচাপে লোৱাৰ কথা চিন্তা কৰিবলৈ আহ্বান কৃষক নেতাগৰাকীৰ ৷

শুকুৰবাৰে অখিল গগৈক পুনৰ 10 দিনৰ জিম্মাত বিচাৰি NIA ই আৱেদন জনায় যদিও NIA ৰ আৱেদনক  খাৰিজ কৰে আদালতে ৷ অখিল গগৈক পুনৰ 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আদালতে ৷ পৰিয়াল আৰু অধিবক্তাই ব্যক্তিগতভাৱে অখিল গগৈক সাক্ষাৎ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে অধিবক্তাই ৷  আনহাতে শাৰিৰীকভাৱে কিছু অসুস্থ হৈ পৰা কৃষক নেতাগৰাকীক চিকিৎসাৰ বাবে যাৱতীয় ব্যৱস্থা লোৱাৰ আদেশ প্ৰদান কৰে আদালতে ৷ 

লগতে পঢ়ক: শুকুৰবাৰে নিয়া আদালতত হাজিৰ অখিল গগৈক
 
Intro:Body:

Breaking

 অখিল গগৈক পুনৰ জিম্মাত বিচাৰি আৱেদন NIA ৰ।

# NIA আৱেদন খাৰিজ আদালতৰ।

# অখিল গগৈক পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ।

# পৰিয়াল আৰু অধিবক্তাই ব্যক্তিগতভাৱে সাক্ষাত কৰিব পাৰিব অখিল গগৈক।

Conclusion:
Last Updated : Jan 10, 2020, 9:05 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.