ETV Bharat / state

অখিল গগৈৰ জামিন আবেদন নাকচ

author img

By

Published : Feb 11, 2021, 11:45 AM IST

শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈৰ জামিন আবেদন খাৰিজ কৰাৰ পিছতে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল গগৈৰ অধিবক্তাই ৷ আজি উচ্চতম ন্যায়ালয়ে পুনৰ অখিল গগৈৰ জামিন আবেদন নাকচ কৰিলে ৷ ন্যায়াধীশ এন ভি ৰমন্না, ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ অনিৰুদ্ধ বসুৰ তিনিজনীয়া বিচাৰপীঠত এই গোচৰৰ শুনানি প্ৰক্ৰিয়া চলিছিল ।

উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে অখিল গগৈৰ জামিন আবেদন

নিউজ ডেস্ক,11 ফেব্ৰুৱাৰীঃ বিগত প্ৰায় ১৪ মাহে কাৰাবন্দী হৈ থাকিবলগীয়া হৈছে কৃষক নেতা অখিল গগৈ । ইপিনে চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা কৃষক নেতাগৰাকীৰ মাতৃয়ে আইচিইউৰ বিচনাতো পুত্ৰক এবাৰ চাবলৈ চটফটাই আছে ।

লগতে পঢ়কঃ মৰিগাঁৱত দুখনকৈ দলঙৰ আধাৰশিলা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.