ETV Bharat / state

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ঘোষণা কৰিলে দিছপুৰ চ'ল কাৰ্যসূচী

author img

By

Published : Dec 8, 2019, 11:59 PM IST

কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৷

AJYCP announce dispur chalo program on 11th december
অসম বন্ধলৈ সমৰ্থন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

গুৱাহাটী , 8 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পুনৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি ৯ আৰু ১০ ডিচেম্বৰত বিভিন্ন সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ কাৰ্যসূচীলৈ পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ কথা ব্যক্ত কৰে সংগঠনটোৰ সভাপতি পলাশ চাংমাইয়ে ৷

উল্লেখযোগ্য যে, অহা ১১ ডিচেম্বৰত সাংসদ সকলৰ প্ৰতিমূৰ্তি দাহ আৰু ১২ ডিচেম্বৰত দিচপুৰ চ'ল কাৰ্যসূচী ৰূপায়ণ কৰিব সংগঠনটোৱে ৷ কেৱল সেয়াই নহয় , নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ বদ্ধপৰিকৰ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলিও মন্তব্য কৰে সভাপতিগৰাকীয়ে ৷

লগতে পঢ়কঃদিল্লী অগ্নিকাণ্ড : অট্টালিকাৰ স্বত্বাধিকাৰীক আটক আৰক্ষীৰ

Intro:নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পুনৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ।

Body:৯ আৰু ১০ ডিচেম্বৰত বিভিন্ন সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ কাৰ্যসূচীলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে সংগঠনটোৱে । ইয়াৰ উপৰিও ১১ ডিচেম্বৰত সাংসদ সকলৰ প্ৰতিমূৰ্তি দাহ আৰু ১২ ডিচেম্বৰত দিচপুৰ চ'ল'কাৰ্যসূচী ৰূপায়ণ কৰিব ‌ । দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে সংগঠনটোৰ সভাপতি পলাশ চাংমাই । কেৱল ইমানেই নহয় বিধেয়ক গৃহীত কৰিবলৈ বদ্ধপৰিকৰ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিবয়বুলিও মন্তব্য কৰে । মুঠৰ ওপৰত এই বিধেয়ক বিৰোধিতা কৰিবৰ বাবে সৰ্বতোপ্ৰকাৰে প্ৰচেষ্টা চলোৱা হব বুলি মন্তব্য কৰে ।

Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.