ETV Bharat / state

ৰাইজৰ দলৰে অসম জাতীয় পৰিষদৰ মিত্ৰতাৰ ইংগিত লুৰিণজ্যোতি গগৈৰ

author img

By

Published : Jan 11, 2021, 2:28 PM IST

অসম জাতীয় পৰিষদৰ কাৰ্যালয়ত যোগদান কাৰ্যসূচী ৷ সোমবাৰে দলটোত যোগদান কৰে অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব ধীৰেন্দ্ৰনাথ শইকীয়া, প্ৰদীপ কুমাৰ সিংহ, অসম মহিলা পৰিষদৰ ৰিনা শইকীয়া, বিপঞ্চি দাস, পৰশ মণি বৰা, মায়া ৰায়ৰ লগতে ৰাজ্যৰ কেইবাগৰাকীয়ো আগশাৰীৰ ব্যক্তিয়ে ৷

as_ghy_ajp-joining-program_vis_AS10028A
ৰাইজৰ দলৰে AJPৰ মিত্ৰতাৰ ইংগিত লুৰিণজ্যোতি গগৈৰ

গুৱাহাটী,11 জানুৱাৰী: অসম জাতীয় পৰিষদৰ কাৰ্যালয়ত যোগদান কাৰ্যসূচী ৷ সোমবাৰে দলটোত যোগদান কৰে অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব ধীৰেন্দ্ৰনাথ শইকীয়া, প্ৰদীপ কুমাৰ সিংহ, অসম মহিলা পৰিষদৰ ৰিনা শইকীয়া, বিপঞ্চি দাস, পৰশ মণি বৰা, মায়া ৰায়ৰ লগতে ৰাজ্যৰ কেইবাগৰাকীয়ো আগশাৰীৰ ব্যক্তিয়ে ৷ এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, মুখ্য উপদেষ্টা বসন্ত ডেকা, সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ লগতে দলটোৰ কেইবাগৰাকীয়ো নেতা-কৰ্মী ৷

সাংবাদিকৰ আগত মন্তব্য কৰি সভাপতি লুৰিণজ্যোতি গগৈয়ে কয়, এজেপিৰ লগতে আন আঞ্চলিকতাবাদী দলসমূহক আগন্তুক নিৰ্বাচনত কেনেদৰে গ্ৰহণ কৰিব সেই বিষয়ে ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰে ৷ নিৰ্বাচনত ৰাইজৰ দলৰে মিত্ৰতাৰ ইংগিত প্ৰদান কৰে লুৰিণজ্যোতি গগৈয়ে ৷ আনহাতে, বিজেপিৰ বিৰুদ্ধে সকলো আঞ্চলিক ৰাজনৈতিক শক্তিকে একত্ৰিত হোৱাৰ বাবেও আহ্বান জনায় অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে ৷

লগতে পঢ়ক-কৰায়ত্ব চীনা সৈনিকক চীনক গতালে ভাৰতীয় সেনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.