ETV Bharat / state

জালুকবাৰী অগ্নিকাণ্ডত ক্ষতিগ্ৰস্তলৈ আজমল ফাউণ্ডেচনৰ সাহাৰ্য - জালুকবাৰী অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়াললৈ সাহাৰ্য

জালুকবাৰীত সংঘটিত অগ্নিকাণ্ডৰ ভুক্তভোগী পৰিয়াললৈ আজমল ফাউণ্ডেচনৰ তৰফৰ পৰা সাহাৰ্য বিতৰণ ৷ পৰিয়ালসমূহৰ মাজত কম্বল আৰু খাদ্যসামগ্ৰী বিতৰণ কৰে সংস্থাটোৱে ৷

as_ghy_ajmol-foundation-donation-to-jalukbari-fire-victim_vis_as10002
জালুকবাৰী অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়াললৈ আজমল ফাউণ্ডেচনৰ সাহাৰ্য
author img

By

Published : Dec 21, 2020, 7:33 PM IST

গুৱাহাটী,21 ডিচেম্বৰ: গুৱাহাটীৰ জালুকবাৰীত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত গৃহহীন হোৱা পৰিয়ালক সহায়ৰ হাত সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ । আজমল ফাউণ্ডেচনৰ জৰিয়তে ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত বস্ত্ৰ-খাদ্য সামগ্ৰী বিতৰণ কৰে সাংসদগৰাকীয়ে ৷ আজমল ফাউণ্ডেচনৰ এটা প্ৰতিনিধিৰ দলে সোমবাৰে ঘটনাস্থলীত উপস্থিত হৈ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ মাজত কম্বল আৰু খাদ্যসামগ্ৰী বিতৰণ কৰে ৷ পৰৱৰ্তী সময়ত পুনৰ ক্ষতিগ্ৰস্তসকলক সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে আজমল ফাউণ্ডেচনে ৷

জালুকবাৰী অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়াললৈ আজমল ফাউণ্ডেচনৰ সাহাৰ্য

উল্লেখ্য যে, বিগত 19 ডিচেম্বৰত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত জালুকবাৰী আৰক্ষী চকীৰ অন্তৰ্গত 70 টাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ধ্বংস হয় ৷ এই আটাইকেইটা পৰিয়ালক বিভিন্ন দল-সংগঠনৰ লগতে আজমল ফাউণ্ডেচনে বিশেষভাৱে সহায় আগবঢ়ায় ৷

লগতে পঢ়ক-মঙলবাৰে মুকলি আকাশৰ তললৈ আহিব পাৰে অখিল গগৈ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.