ETV Bharat / state

বিশ্বনাথ কাণ্ডক ধিক্কাৰ সৰ্বসাধাৰণৰঃ দোষীক শাস্তিৰ দাবী ঐক্য সেনা অসমৰ - ঐক্য সেনা অসম

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি দিয়াৰ দাবী জনায় ঐক্য সেনা অসমে ৷ দোষীক শীঘ্ৰে কৰায়ত্ব নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে সংগঠনটোৱে ।

বিশ্বনাথ কাণ্ডক ধিক্কাৰ সৰ্বসাধাৰণৰ
author img

By

Published : Apr 9, 2019, 5:59 PM IST

গুৱাহাটী, 9 এপ্ৰিলঃ বিশ্বনাথ কাণ্ডক নিন্দা জনাইছে ৰাজ্যজুৰি ৷ একাংশ উগ্ৰ হিন্দুবাদী লোকে চৌকত আলী নামৰ এগৰাকী বৃদ্ধক গাহৰি মাংস খাবলৈ বাধ্য কৰোৱা ঘটনাক ধিক্কাৰ দিয়ে সকলোৱে ৷ চ'ছিয়েল মিডিয়াত এই দৃশ্য ভাইৰেল হৈ পৰাৰ পাচতে এতিয়া দোষীৰ শাস্তিৰ দাবী জনায় ৰাইজে ৷

বিশ্বনাথ কাণ্ডক ধিক্কাৰ সৰ্বসাধাৰণৰঃ

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি দিয়াৰ দাবী জনায় ঐক্য সেনা অসমে ৷ দোষীক শীঘ্ৰে কৰায়ত্ব নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে সংগঠনটোৱে । তাৰোপৰি এই ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসন নীৰৱ হৈ থাকিলে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনটোত পথ অৱৰোধ কৰিও প্ৰতিবাদ সাব্যস্ত কৰিব বুলি কয় সংগঠনটোৱে।

Slug: A_GHY_9APR_801_BISWANATH CASE REACTION_HIRUL

বিশ্বনাথত সংঘটিত হোৱা জঘন্য ঘটনাক নিন্দা সৰ্বত্ৰে। একাংশ উগ্ৰ হিন্দুবাদী লোকে গাহৰি মাংস খাবলৈ বাধ্য কৰাইছিল চৌকত আলী নামৰ এগৰাকী বৃদ্ধক। চ'ছিয়েল মিডিয়াত এই দৃশ্য ভাইৰেল হৈ পৰা পিছত সকলোৱে উত্থাপন কৰিছে দোষীৰ শাস্তি দিবলৈ। এই নিন্দনীয় ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ঐক্য সেনা অসমে। ঘটনাৰ উচিত তদন্ত কৰি দোষী শাস্তি দিয়াৰ দাবী সংগঠনটোৰ। দোষীক অতিশীঘ্ৰে কৰায়ত্ব নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ সংগঠনটোৰ। তাৰোপৰি ঘটনাৰ ক্ষেত্ৰত চৰকাৰ প্ৰশাসন নিৰৱ হৈ থাকিলে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনা পথ অৱৰোধ কৰিও প্ৰতিবাদ সাব্যস্ত কৰিব বুলি কয় সংগঠনটোৱে। এই অতি নিন্দনীয় ঘটনাক এতিয়া সকলোৱে জনাইছে ধিক্কাৰ।

Visual-FTP
(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.