ETV Bharat / state

পুনৰ স্বৰ্ণজয়েৰে খেল’ ইণ্ডিয়াৰ দশম স্থানলৈ উন্নত অসম

পুনৰ স্বৰ্ণজয় অসমৰ ৷ এইবাৰ ভাৰোত্তোলনত স্বৰ্ণজয় অসম সন্তান সিদ্ধান্ত গগৈৰ ৷

Again Assam got Gold medal
পুনৰ স্বৰ্ণজয়েৰে খেল’ ইণ্ডিয়াৰ দশম স্থানলৈ উন্নত অসম
author img

By

Published : Jan 17, 2020, 10:55 PM IST

গুৱাহাটী, 17 জানুৱাৰীঃ খেল’ ইণ্ডিয়াত পুনৰ উজলিল অসম ৷ সাঁতোৰৰ পিচত এইবাৰ ভাৰোত্তোলনত স্বৰ্ণজয় কৰিলে অসমে ৷ লৰাৰ ৬১ কেজি ২১ অনুৰ্ধৰ শাখাত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয় সিদ্ধান্ত গগৈয়ে। স্বৰ্ণজয় কৰি প্ৰফুল্লিত অসমৰ সিদ্ধান্ত ৷ এই সাফল্যৰ আঁৰত প্ৰশিক্ষকৰ বিশ্বাস সহায় তথা আশীৰ্বাদ বুলি উল্লেখ কৰে স্বৰ্ণ জয়ী সিদ্ধান্ত গগৈয়ে।

পুনৰ স্বৰ্ণজয়েৰে খেল’ ইণ্ডিয়াৰ দশম স্থানলৈ উন্নত অসম

ইফালে এই শাখাত অৰুণাচল প্ৰদেশৰ চাৰু পেছিয়ে ৰূপ আৰু মিজোৰামৰ জাকোব ভানলাল টলুংগাই ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হয় । ইপিনে ভাৰোত্তোলন ৬১ কেজি ১৭ অনুৰ্ধৰ শাখাত মহাৰাষ্ট্ৰৰ অনিৰুদ্ধ সুৰেশ নৃপানে সোণৰ পদক, অৰুণাচল প্ৰদেশৰ বেংগিয়া টানিয়ে ৰূপৰ পদক আৰু পঞ্জাৱৰ লাভদ্বীপ সিঙে লাভ কৰে ব্ৰঞ্জৰ পদক। উল্লেখ্য যে অষ্টমটো দিনৰ অন্তত ১৫০ টা পদক লাভৰে তালিকাৰ শীৰ্ষ মহাৰাষ্ট্ৰ, ১১১ টা পদকৰে দ্বিতীয় হাৰিয়ানা, ৭২ টা পদক লাভ কৰি তালিকাৰ তৃতীয় স্থানত আছে দিল্লী । ইয়াৰ বিপৰীতে ৩২টা পদক অৰ্জন কৰি তালিকাৰ ত্ৰয়োদশ স্থানৰ পৰা দশম স্থানলৈ উন্নত হ'বলৈ সক্ষম হৈছে অসম।

আৰু পঢ়কঃখেল' ইণ্ডিয়াৰ এখন মেচে ফুটবল প্ৰেমীৰ মাজত সৃষ্টি কৰিছে বিৰ্তকৰ

Intro:ভাৰত্তোলনত পুণৰ অসমে লাভ কৰিলে সোণৰ পদক। লৰাৰ ৬১ কেজি ২১ অনুৰ্ধৰ শাখাত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয় সিদ্ধান্ত গগৈয়ে। পদক লাভ কৰি উৎফুল্লিত অসমৰ সিন্ধান্ত। নিজৰ এই সাফল্যৰ আৰত প্ৰশিক্ষকৰ বিশ্বাস আৰু সহায় বুলি কয় স্বৰ্ণ জয়ী সিন্ধান্ত গগৈয়ে। ইফালে এই শাখাত অৰুণাচল প্ৰদেশৰ চাৰু পেছিয়ে ৰূপ আৰু মিজোৰামৰ জাকোব ভানলালটলুংগাই ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হয়। ইপিনে ভাৰত্তোলন ৬১ কেজি ১৭ অনুৰ্ধৰ শাখাত মহাৰাষ্ট্ৰৰ অনিৰুদ্ধ সুৰেশ নৃপানে সোণৰ পদক, অৰুণাচল প্ৰদেশৰ বেংগিয়া টানিয়ে ৰূপৰ পদক আৰু পঞ্জাৱৰ লাভদ্বীপ সিঙে লাভ কৰে ব্ৰঞ্জৰ পদক। উল্লেখযোগ্য যে অষ্টমটো দিনৰ অন্তত ১৫০টা পদক লাভৰে তালিকাৰ শীৰ্ষ মহাৰাষ্ট্ৰ, ১১১টা পদকৰে দ্বিতীয় হাৰিয়ানা, ৭২টা পদক লাভ কৰি তালিকাৰ তৃতীয় স্থানত আছে দিল্লী। ইয়াৰ বিপৰীতে ৩২টা পদক অৰ্জন কৰি তালিকাৰ দশম স্থানত অৱতীৰ্ণ হ'বলৈ সক্ষম হৈছে অসম।

Byte- Siddhanta Gogoi, U21, 61Kg, Gold, AssamBody:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.