ETV Bharat / state

কি ক'লে জাহ্নৱী শইকীয়াৰ অধিবক্তাই ?

জুৰোড বিস্ফোৰণৰ অভিযুক্ত জাহ্নৱী শইকীয়াক আদালতত হাজিৰ কৰাৰ পাচত তেওঁৰ অধিবক্তাই জনালে বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় ৷ আৰক্ষীয়ে 14 দিনৰ বাবে জিম্মাত বিচাৰিছিল কিন্তু মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে 10 দিনৰ জিম্মাত দিয়ে আৰক্ষীক ।

কি ক'লে জাহ্নৱী শইকীয়াৰ অধিবক্তাই ?
author img

By

Published : May 17, 2019, 10:02 PM IST

জাহ্নৱী শইকীয়াৰ অধিবক্তাৰ ভাষ্য-

  • 14 দিনৰ বাবে আৰক্ষীৰ জিম্মাত বিচাৰিছিল আৰক্ষীয়ে
  • কিন্তু মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে 10 দিনৰ জিম্মাত দিছে আৰক্ষীক
  • পৰিয়াল বৰ্গ আৰু উকীলক লগ কৰিব পাৰিব দুয়ো গৰাকী অভিযুক্তই
  • 48 ঘণ্টাৰ মূৰে মূৰে চিকিৎসা আৰু খোৱাৰ সকলো সুবিধা দিয়াৰ অনুৰোধ গ্ৰহণ আদালতৰ
  • জাহ্নৱী শইকীয়াৰ শাৰীৰিক অৱস্থা শোচনীয় হোৱাৰ বাবে বিশেষ চিকিৎসাৰ অনুমোদন জনালে আদালতে
    কি ক'লে জাহ্নৱী শইকীয়াৰ অধিবক্তাই ?

লগতে পঢ়ক- জু ৰোড বিস্ফোৰণ সন্দৰ্ভত আটক পূৰ্বৰ আলফাৰ বোমা বিশেষজ্ঞ

Intro:জাহ্নৱী শইকীয়াৰ অধিবক্তাৰ ভাষ্য। 14 দিনৰ বাবে আৰক্ষীৰ জিম্মাত বিচাৰিছিল আৰক্ষীয়ে কিন্তু মুখ্য ন্যায়িক দণ্ডাধীক্ষৰ আদালতে 10 দিনৰ জিম্মাত দিছে আৰক্ষীক।

Body:লগতে পৰিয়াল বৰ্গ আৰু উকীলক লগ কৰিব পাৰিব দুয়ো গৰাকী অভিযুক্তই। 48 ঘণ্টাৰ মূৰে মূৰে চিকিৎসা আৰু খোৱাৰ সকলো সুবিধা দিবৰ বাবে আদালতত অনুৰোধ কৰা হৈছিল যি অনুৰোধ গ্ৰহণ কৰিলে ।
জাহ্নৱী শইকীয়াৰ শাৰীৰিক অৱস্থা শোচনীয় হোৱাৰ বাবে তেখেতক বিশেষ চিকিৎসাৰ অনুমোদন জনালে আদালতে।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.