ETV Bharat / state

সাংসদ সুস্মিতাক সকীয়নিঃ ভৱিষ্যতে অসমীয়া জাতিৰ বিৰুদ্ধে মন্তব্য নকৰিব !!

author img

By

Published : Feb 5, 2020, 12:08 PM IST

অসমৰ বাকী জিলাসমূহৰ বাবে যি ব্যৱস্থা সেই একেই ব্যৱস্থা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাতো থাকিব । গতিকে অসমীয়া জাতি বিৰোধী কোনো মন্তব্য যাতে কংগ্ৰেছ সাংসদ সুস্মিতা দেবে ভৱিষ্যতে নকৰে ।

ADIP PHUKAN ON SUSMITA DEV
সাংসদ সুস্মিতাক সকীয়নিঃ

গুৱাহাটী , ৫ ফেব্ৰুৱাৰীঃ বৰাক উপত্যকাৰ তিনিখন জিলা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি পশ্চিমবংগ বা ত্ৰিপুৰাৰ জিলা নহয় । এই তিনিখন অসমৰ জিলা । গতিকে অসমৰ বাকী জিলাসমূহৰ বাবে যি ব্যৱস্থা সেই একেই ব্যৱস্থা এই তিনিখন জিলাতো থাকিব । গতিকে অসমীয়া জাতি বিৰোধী কোনো মন্তব্য যাতে কংগ্ৰেছ সাংসদ সুস্মিতা দেবে ভৱিষ্যতে নকৰে । শিলচৰ লোকসভা সমষ্টিৰ সাংসদ সুস্মিতা দেবক এইদৰে সকীয়াই দিছে জাতীয়তাবাদী শিবিৰৰ নেতা তথা বিশিষ্ট সাংবাদিক অদীপ কুমাৰ ফুকনে ।

অলপতে সুস্মিতা দেবে বৰাক উপত্যকাত অসমীয়া ভাষা , কৃষ্টি , সংস্কৃতি নচলিব বুলি মন্তব্য কৰিছিল । কেৱল সিমানেই নহয় , বৰাক - ব্ৰহ্মপুত্ৰ উপত্যকাৰ হিন্দু বাঙালী আৰু মুছলমান বাঙালী উভয় পক্ষৰ লোককে কেৱল বাঙালী বুলি পৰিচয় দিবলৈ আহ্বান জনাইছিল । এনেধৰণৰ তীব্ৰ সাম্প্ৰদায়িক মন্তব্য কৰি পৰিস্থিতি অশান্ত কৰিবলৈ চেষ্টা নকৰিব বুলিও অদীপ কুমাৰ ফুকনে সকীয়াই দিয়ে সুস্মিতা দেবক ।

সাংসদ সুস্মিতাক সকীয়নিঃ ভৱিষ্যতে অসমীয়া জাতিৰ বিৰুদ্ধে মন্তব্য নকৰিব

Intro:গুৱাহাটী , ৫ ফেব্ৰুৱাৰীঃ বৰাক উপত্যকাৰ তিনিখন জিলা কাছাৰ , কৰিমগঞ্জ আৰু হাইলাকান্দি পশ্চিমবংগ বা ত্ৰিপুৰাৰ জিলা নহয় । এই তিনিখন অসমৰ জিলা । গতিকে অসমৰ বাকী জিলাসমূহৰ বাবে যি ব্যৱস্থা সেই একেই ব্যৱস্থা এই তিনিখন জিলাতো থাকিব । গতিকে অসমীয়া জাতি বিৰোধী কোনো মন্তব্য যাতে কংগ্ৰেছ সাংসদ সুস্মিতা দেবে ভৱিষ্যতে নকৰে । শিলচৰ লোকসভা সমষ্টিৰ সাংসদ সুস্মিতা দেবক এইদৰে সকীয়াই দিছে জাতীয়তাবাদী শিবিৰৰ নেতা তথা বিশিষ্ট সাংবাদিক অদীপ কুমাৰ ফুকনে ।Body:অলপতে সুস্মিতা দেবে বৰাক উপত্যকাত অসমীয়া ভাষা , কৃষ্টি , সংস্কৃতি নচলিব বুলি মন্তব্য কৰিছিল । কেৱল সিমানেই নহয় , বৰাক - ব্ৰহ্মপুত্ৰ উপত্যকাৰ হিন্দু বাঙালী আৰু মুছলমান বাঙালী উভয় পক্ষৰ লোককে কেৱল বাঙালী বুলি পৰিচয় দিবলৈ আহ্বান জনাইছিল ।Conclusion:এনেধৰণৰ তীব্ৰ সাম্প্ৰদায়িক মন্তব্য কৰি পৰিস্থিতি অশান্ত কৰিবলৈ চেষ্টা নকৰিব বুলিও অদীপ কুমাৰ ফুকনে সকীয়াই দিয়ে সুস্মিতা দেবক ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.