ETV Bharat / state

অসম আৰোগ্য নিধিলৈ ২৫লাখ টকাৰ অনুদান অসম ক্ৰিকেট সন্থাৰ

ভিন্ন জনৰ লগতে শুকুৰবাৰে অসম আৰোগ্য নিধিলৈ অৰ্থ সাহায্য আগবঢ়ালে অসম ক্ৰিকেট সন্থাই। কৰ'ণাৰ সৈতে যুঁজিবলৈ সন্থাটোৱে ২৫ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়ালে চৰকাৰক ৷

author img

By

Published : Aug 14, 2020, 10:01 PM IST

অসম ক্ৰিকেট সন্থা
অসম ক্ৰিকেট সন্থা

গুৱাহাটী, 14 আগষ্ট: অব্যাহত আছে COVID-১৯ ৰ সংহাৰ। এই মহামাৰীয়ে ৰাজ্যৰ অৰ্থনীতিত পেলাইছে ব্যাপক প্ৰভাৱ । বিভিন্নজনে কৰ'ণা যুঁজৰ বাবে চৰকাৰলৈ আগবঢ়াইছে অৰ্থ সাহায্য। শুকুৰবাৰে অসম আৰোগ্য নিধিলৈ অৰ্থ সাহায্য আগবঢ়ায় অসম ক্ৰিকেট সন্থাই। কৰ'ণাৰ সৈতে যুঁজিবলৈ ২৫ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়াইছে সন্থাটোৱে ।

অসম ক্ৰিকেট সন্থাৰ অসম ক্ৰিকেট সন্থাৰ বিবৃতি
অসম ক্ৰিকেট সন্থাৰ বিবৃতি

আনহাকতে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত, উপ-সভাপতি পৰিক্ষিত দত্ত, সম্পাদক দেৱজিৎ শইকীয়া আৰু কোষাধ্যক্ষ ত্ৰিদিপ কোঁৱৰে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এক আলোচনাত মিলিত হয় । ক্ৰিকেট সন্থাৰ ভিন্ন ক্ষেত্ৰৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জনালে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। বৰ্তমান কৰ'ণাসৃষ্ট পৰিৱেশৰ বাবে উন্নয়নৰ দিশ স্থবিৰ হৈ পৰিছে। কৰ'ণাৰ পৰিৱেশ সুস্থিৰ হ'লেই আন্তঃগাঁঠনি উন্নত কৰাৰ ক্ষেত্ৰত বহুকেইটা পদক্ষেপ লোৱা হ'ব বুলি এক বিবৃতি যোগে জানিবলৈ দিয়ে অসম ক্ৰিকেট সন্থাই।

লগতে পঢ়ক: বিগত 25 বছৰে জাতীয় পতাকা প্ৰস্তুত কৰি অহা লোকজন...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.