ETV Bharat / state

আৰু মাথো কেইটামান ঘণ্টা বাকী....কি ক'লে এ পি ডব্লিউৰ সভাপতি অভিজিত শৰ্মাই !!!

author img

By

Published : Aug 30, 2019, 5:13 PM IST

"এন আৰ চিৰ গোচৰটো 10 বছৰে চলিল উচ্চতম ন্যায়ালয়ৰ মজিয়াত । কাইলৈ যিখন ওলাব সেইখন আংশিক খচৰাহে ৷ লগতে যি সকলৰ নাম এন আৰ চিৰ সম্পূৰ্ণ খচৰাত নাহে তেওঁলোকে চিন্তা কৰিব নালাগে । কাৰণ 120 দিন সময় দিছে চৰকাৰে । যাৰ বাবে অসমত তেওঁলোকে আৰু 30 বছৰ ধৰি থাকিব পাৰিব ।"- এই মন্তব্য এ পি ডব্লিউৰ সভাপতি অভিজিত শৰ্মাৰ

কি ক'লে এ পি ডব্লিউৰ সভাপতি অভিজিত শৰ্মাই !!!

গুৱাহাটী,30আগষ্টঃ 31 আগষ্ট শনিবাৰে প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পূৰ্ণাংগ খচৰা । বছৰ বছৰ ধৰি প্ৰতিজন অসমীয়াই বাট চাই থকা নাগৰিকপঞ্জীক লৈ সকলোৰে যেন অধীৰ উৎকন্ঠা । কিন্তু প্ৰকাশ পাবলগীয়া এই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পূৰ্ণাংগ খচৰা সন্দৰ্ভত নাগৰিক পঞ্জীৰ বাবে যুঁজ দিয়া এ পি ডব্লিউৰ সভাপতি অভিজিত শৰ্মাই কি ক'লে ? চাওক ই টিভি ভাৰতৰে হোৱা এক সাক্ষাৎকাৰতঃ

Intro:কাইলৈ প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পূনাংগ খচৰা ।বছৰ বছৰ ধৰি প্ৰতিজন অসমীয়াই বাট চাই থকা নাগৰিক পঞ্জীক লৈ সকলোৰে যেন অধীৰ উৎকন্ঠা ।

Body:এনে সন্ধি ক্ষনত ই টি ভি ভাৰতেৰে হোৱা এক সাক্ষাৎকাৰত নাগৰিক পঞ্জীৰ বাবে যুঁজ দিয়া এ পি ডব্লি সভাপতি অভিজিত কেতবোৰ মন্তব্য দাঙি ধৰে । শৰ্মাই কয় যে আজিৰ পৰা 10 বছৰ আগতে আমি এন আৰ চি কেচ টো কৰিছিলো 2009 ৰ 20 জুলাইত । সমস্যা টো সমাধানৰ বাবে আমি উচ্চতম ন্যায়ালয়ক অনুৰোধ কৰিছিলোঁ ।সেই মৰ্মে গোচৰটো 10 বছৰে চলিল ন্যায়লয়ৰ মজিয়াত । কাইলৈ যি খন ওলাব সেই খন আংশিক খচৰা বুলিও মন্তব্য কৰে অভিজিত শৰ্মাই । লগতে আৰু কয় যে বৰ্তমানেও উচ্চতম ন্যায়ালয়ত দুটা গোচৰ চলি আছে ,এটা মতিউৰ ৰহমানৰ গোচৰ যত 71 হব লাগে নে 51 হব লাগে বুলি প্ৰশ্ন কৰে । আনটো গোচৰ দীপক কুমাৰ নাথে তৰিছে । শৰ্মাই আছে কয় যি সকলৰ নাম নাহে তেওঁ লোকে চিন্তা কৰিব নালাগে ।কাৰণ 120 দিন সময় দিছে চৰকাৰে । অসমত তেওঁ লোকে 30 বছৰ থাকিব পাৰিব । 71 চনৰ মানুহৰ কাৰনে কেচটো কৰিলো গতিকে তেওঁ লোকৰ নাম সোমাব, কিন্তু 71 ৰ পিছৰ যদি কোনোবা ৰৈ যায় সেই সকলে যাতে ওকালতি নকৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।শৰ্মাই আৰু কয় যে এই খন নাগৰিক পঞ্জী পুনৰ পৰীক্ষা নকৰাকৈ প্ৰকাশ পাব যি টোক লৈ আমি আশাবাদী নহয় । 10 বছৰ আগতে আমি কৈছিলো 71 ৰ আগমনৰ যিসকল লোক east Pakistan ৰ মানুহ আকোৱালি ললো ভাৰতীয় কৰি ল ওক সন্মান টো দিয়ক । 10 বছৰ পিছত আমি কৈ আছো খিলঞ্জীয়া মানুহৰ নাম সোমাই দিয়ক সেইটোৱেই দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে । 10 বছৰ আগত আমি কাৰ কাৰনে কলো আৰু 10 বছৰ পিছত নিজৰ মানুহ খিনি চিন্তাত পৰিবলগা হৈছে । খিলঞ্জীয়া ভূমিপুত্ৰৰ নাম ৰৈ যায় নেকি সন্দেহ হৈছে আমাৰ ।

ইংৰাজীত বাইট আছে নেচনেল ডেক্সৰ বাবে

Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.