ETV Bharat / state

"আই অ’ আই" ৰ শুভমুক্তি

মহানগৰীৰ ৰাধা গোবিন্দ বৰুৱা প্ৰেক্ষাগৃহত উন্মোচন "আই অ’ আই" শীৰ্ষক গীতটি ৷

author img

By

Published : Mar 31, 2019, 9:56 PM IST

"আই অ’ আই" ৰ শুভমুক্তি

গুৱাহাটী, 31 মাৰ্চঃ দেওবাৰে মহানগৰীৰ ৰাধা গোবিন্দ বৰুৱা প্ৰেক্ষাগৃহত উন্মোচন কৰা হয় এটি ভিডিঅ’ গীত। কস্তুৰীমেধিয়ে প্ৰযোজনা কৰা আৰু খনীন মেধিয়ে লিখি উলিওৱা গীতটোত কন্ঠদান কৰিছে শৰৎ দাসে ।

"আই অ’ আই" শীৰ্ষক গীতটি দেওবাৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰে লেখিকা পৰিণীতা বুজৰবৰুৱাই । এই ভিডিঅ’ গীতটিত অভিনয় কৰিছে প্ৰতিভা চৌধুৰী, উদয়ন দুৱাৰ আৰু নীলিম বৰাই ।

"আই অ’ আই" ৰ শুভমুক্তি

চিত্ৰনাট্য আৰু পৰিচালনা সৌৰভ শইকীয়াৰ । এগৰাকী মাতৃৰ মৰম আৰু দায়িত্ববোধৰ ওপৰত নিৰ্মিত গীতটিয়ে সকলোকে আপ্লুত কৰিব বুলি আশাবাদী প্ৰযোজক গোষ্ঠী ।

Intro:দেওবাৰে মহানগৰীৰ ৰাধা গোবিন্দ বৰুৱা পেক্ষাগৃহত উন্মোচন কৰা হয় এটি ভিডিঅ গীতৰ ।কস্তুৰি মেধিয়ে প্ৰযোজনা কৰা আৰু খনীন মেধিয়ে লিখি উলিওৱা গীতটোত কন্ঠদান কৰিছে শৰৎ দাসে ।"আই অ আই" নামৰ শীৰ্ষক গীতটি আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰে লেখিকা পৰিনীতা বুজৰবৰুৱাই ।এই ভিডিঅ গীতটিত অভিনয় কৰিছে প্ৰতিভা চৌধুৰী, উদয়ন দুৱাৰ আৰু নীলিম বৰাই ।চিত্ৰনাট্য আৰু পৰিচালনা সৌৰভ শ ইকীয়াৰ ।এগৰাকী মাতৃ ৰ মৰম আৰু দায়িত্ব বোধৰ ওপৰত নিৰ্মিত গীতটিয়ে সকলোকে আপ্লুত কৰিব বুলি আশাবাদী প্ৰযোজক গোষ্ঠী ।

Body:লিপিকা ডেকা ।

Conclusion:গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.