ETV Bharat / state

ক্ষেত্ৰীত বন্যহস্তীৰ গচকত থিতাতে নিহত এজন লোক - A man died in elephant attact

ঘটনাস্থলীত উপস্থিত হয় ক্ষেত্ৰী থানাৰ আৰক্ষী দল ৷ মৃত লোকজনৰ মৃতদেহ নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ ৷

A man died in elephant attact at khetri of Guwahati
ক্ষেত্ৰীত বন্যহস্তীৰ গচকত থিতাতে নিহত এজন লোক
author img

By

Published : Apr 19, 2020, 1:00 PM IST

গুৱাহাটী,19 এপ্ৰিল: গুৱাহাটী মহানগৰীৰ উপকণ্ঠ অঞ্চল ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত ধোপগুৰিৰ লিচু বাগানত ৰবিবাৰে পুৱা বন্যহস্তীৰ তাণ্ডৱ ৷ খাদ্যৰ সন্ধানত ওলাই অহা এটা বন্যহস্তীৰ জাকে অঞ্চলটোত তাণ্ডৱ চলাই ৷ বন্যহস্তীৰ গচকত থিতাতে নিহত হয় বাঁহতলাৰ ধনেশ্বৰ ৰংপী(45) নামৰ এজন তিনি সন্তানৰ পিতৃ । ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় ক্ষেত্ৰী থানাৰ পৰা আৰক্ষী দল আৰু সোণাপুৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ পৰা বন বিভাগৰ এটা দল ৷

ক্ষেত্ৰীত বন্যহস্তীৰ গচকত থিতাতে নিহত এজন লোক

ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে মৃত লোকজনৰ মৃতদেহ নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে ৷ এই ঘটনাৰ পিছতে অঞ্চলজুৰি এতিয়া সৃষ্টি হৈছে ত্ৰাসৰ ৷

লগতে পঢ়কঃ কৰ'ণাক লৈ সজাগতা সৃষ্টিৰ বাবে চৰকাৰী কৰ্মচাৰীৰ প্ৰশংসনীয় পদক্ষেপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.