ETV Bharat / state

খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ 72 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন - গুৱাহাটী

খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ 72সংখ্যক প্ৰতিষ্ঠা দিৱস পালন ৷ অনুষ্ঠানৰ পতাকা উত্তোলন কৰে বিজ্ঞানগুৰু বিবেকানন্দ শইকীয়াই ৷

খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ 72সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
author img

By

Published : Aug 18, 2019, 4:29 PM IST

গুৱাহাটী, 18 আগষ্টঃ দেওবাৰে খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ 72সংখ্যক প্ৰতিস্থা দিৱস পালন কৰা হয় ৷ ৰাতিপুৱা উক্ত অনুষ্ঠানৰ পতাকা উত্তোলন কৰে বিজ্ঞানগুৰু বিবেকানন্দ শইকীয়াই৷ এই অনুষ্ঠানত মূখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ কমল মল্ল বুজৰবৰুৱাই প্ৰতিস্থা দিৱসৰ স্মাৰক বক্তৃতাটি প্ৰদান কৰে ।

খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ 72সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

ইয়াৰোপৰি, মহাবিদ্যালয়খনৰ বিভিন্ন অৱাসৰ-নিবাসৰ মাজত অনুষ্ঠিত কৰা হয় শোভাযাত্ৰা প্ৰতিযোগিতা ৷ উক্ত শোভাযাত্ৰাত প্ৰাণ পাই উঠে অসমৰ বৰ্ণিল ইতিহাস, আহোম বুৰঞ্জী, বিহু, পানী সংৰক্ষণ, চন্দ্ৰঅভিযান, মুগা শিল্পৰ ইতিহাসকে আদি কৰি বিভিন্ন বিষয় ৷

Intro:পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খানাপাৰা ৰ 72 তম প্ৰতিস্থা দিৱস পালন

Body:ৰাবিবাৰে পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খানাপাৰা ৰ 72 তম প্ৰতিস্থা দিৱস পালন কৰা হয়। ৰাতিপুৱা মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে বিজ্ঞান গুৰু বিবেকানন্দ শইকীয়াই। মহাবিদ্যালয়ৰ বিভিন্ন অৱাসৰ মাজত শোভাযাত্ৰা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।শোভাযাত্ৰা অসমৰ বৰ্ণিল ইতিহাস, আহোম বুৰঞ্জী, বিহু, পানী সংৰক্ষণ, চন্দ্ৰঅভিযান, মুগা শিল্পৰ ইতিহাস ইত্যাদি বিষয় প্ৰতিফলিত হয়। প্ৰতিস্থা দিৱসৰ স্মাৰক বক্তৃতা প্ৰদন কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ কমল মল্ল বুজৰ বৰুৱাই।

Byte বিবেকানন্দ শইকীয়া

Conclusion:Asrar Ansari
গুৱাহাটীৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.