এটা আঙুলিৰে জীৱন যুদ্ধত হাৰ নমনা কাৰ্বি আংলঙৰ যুৱক !
অসম্ভৱকো সম্ভৱ কৰি তুলিব পৰা গুণৰ যথাৰ্থ প্ৰতিপন্ন কৰি তুলিছে কাৰ্বি আংলঙৰ বকলীয়াঘাটৰ এগৰাকী উদীয়মান দিব্যাংগ যুৱকে ৷ প্রচণ্ড আত্মবিশ্বাস আৰু প্রবল ইচ্ছাশক্তিৰে অসম্ভৱকো সম্ভৱ কৰি কার্বি আংলং জিলাৰ বকলীয়াঘাটত স্বাৱলম্বনৰ অনন্য নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে দেউৰাম বৰদলৈ নামৰ এগৰাকী দিব্যাংগ যুবকে ।
যোৰহাটত "পুলিচ কমডেচন ডে" উপলক্ষে বিশেষ কাৰ্যসূচী
পুলিচ কমডেচন ডে" উপলক্ষে যোৰহাট আৰক্ষীৰ বিশেষ কাৰ্যসূচী ৷ শুকুৰবাৰে এই দিৱসৰ লগত সংগতি ৰাখি,আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত যোৰহাট নগৰৰ বৰুৱা চাৰি আলিৰ পৰা নিৰ্মল চাৰিআলি লৈকে ৰূপায়ন কৰা হয় বেণ্ড প্ৰদৰ্শনী কাৰ্যসূচী ৷
নগাঁৱত বন বিভাগৰ নিবিদাক লৈ উত্তপ্ত পৰিস্থিতি
নগাঁৱত বন বিভাগৰ নিবিদাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি। আৰক্ষীক অপদস্থ কৰাৰ অভিযোগ। স্থানীয় ঠিকাদাৰক অগ্ৰাধিকাৰ প্ৰদানৰ দাবী একাংশৰ ।
বিদ্যালয়ৰ সন্মুখত হেলিকপ্টাৰ অৱতৰণৰ অপৰাধত গোচৰ ৰুজু
হায়দৰাবাদৰ অনন্তসাগৰম মণ্ডলৰ ৰেবৰু গাঁৱৰ এখন চৰকাৰী বিদ্যালয়ৰ খেলপথাৰত হেলিকপ্টাৰ অৱতৰণ কৰোৱাৰ অপৰাধত এজন ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷ 27 অক্টোবৰত 2:30 বজাত জিলা পাৰিছহাট হাইস্কুলৰ খেলপথাৰত অৱতৰণ হৈছিল হেলিকপ্টাৰখন ৷
শিৱসাগৰ নগৰত ধৰ্ষণৰ বিৰুদ্ধে বাটৰ নাট প্ৰৰ্দশন
ৱসাগৰত মদ্যপান আৰু ধর্ষণ ৰোধ কৰাৰ মানসেৰে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্যশেৰে পৰিৱেশন কৰা হয় বাটৰ নাট। সমাজত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰা মদ্যপান আৰু ধর্ষণ কার্যৰ বিৰোধে যুৱক যুৱতী তথা ৰাইজক সজাগ কৰাৰ উদ্দেশ্যেৰে শুকুৰবাৰে শিৱসাগৰ নগৰৰ দ'লমুখ চাৰিআলিত জে জে টি জে এল কমেডী গ্ৰুপ আৰু জৱৰজং নাট্যগোষ্ঠীয়ে পৰিৱেশন কৰে এখন বাটৰ নাট।
আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনঃ কাৰ পক্ষত সমীক্ষাসমূহ ?
আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন 3 নৱেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব ৷ ৰাষ্ট্ৰপতি নিৰ্বাচনক কেন্দ্ৰ কৰি বিশেষকৈ ট্ৰাম্প আৰু বিডেনৰ মাজত চলি থকা যুঁজখনে বিশ্বৰ ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে ৷
ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি গহপুৰৰ বিধায়কৰ গুৰুত্বপূৰ্ণ মন্তব্য
নিৰ্বাচনলৈ মাজত কেইটামান মাহ বাকী থকাৰ সময়তে আৰম্ভ হৈছে ৰাজনৈতিক দল সমূহৰ নিজা নিজা ৰণকৌশল । তাৰ সমান্তৰালকৈ একাংশ BJP বিধায়কে 'কা' আন্দোলনকাৰীক তীব্ৰ সমালোচনা কৰা দেখা গৈছে ।
অসম বিজেপিত সংখ্যালঘু সম্প্ৰদায়ৰ দুই নেতাৰ তীব্ৰ সংঘাত
শেহতীয়াকৈ বিজেপি নেতা মমিনুল আৱালে অভিবাসী মুছলমানৰ বিৰুদ্ধে বিভিন্ন ধৰণে তুচ্ছ তাচ্ছিল্য কৰাৰ বিৰুদ্ধে গৰজি উঠিছে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খান । বিজেপিয়ে সংখ্যালঘু সম্প্ৰদায়ৰ পৰা সাত গৰাকী বিধায়ক নিৰ্বাচিত কৰি অনাৰ পৰিকল্পনা গ্ৰহণ কৰাত শংকিত হৈ উঠিছে মমিনুল আৱাল ।
গোৱালপাৰাত মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দাবী কমিটিৰ উত্তাল প্ৰতিবাদ
প্ৰতিবাদকাৰী সকলে বন্ধন,এইচ ডি এফ চি,অজগৰ,আৰোহণ আদি বিত্তীয় প্ৰতিষ্ঠানবোৰে ঋণ আদায়ৰ নামত হাৰাশাস্তি বন্ধ কৰাৰ দাবী জনোৱাৰ লগতে ঋণ ৰেহাইৰ দাবীত উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ৷
হিমাচল প্ৰদেশৰ ৰাজপথত শীঘ্ৰে চলাচল কৰিব বৈদ্যুতিক বাছ
হিমাচল প্ৰদেশৰ পৰিবহন নিগমে ৰাজ্যখনত বৈদ্যুতিক বাছ চলাচল কৰিবৰ বাবে প্ৰস্তুতি চলাইছে ৷ ইতিমধ্যে,ৰাজ্যখনৰ মানালিৰ কুলু ডিপোৰ পৰা কিলঙলৈ বৈদ্যুতিক বাছৰ চলাচল পৰীক্ষণ সম্পন্ন কৰিছে ৷