ETV Bharat / state

গুৱাহাটীত গ্ৰেপ্তাৰ 5 দুৰ্ধৰ্ষ ডকাইত ! ৰচিছিল ভয়ংকৰ পৰিকল্পনা - গ্ৰেপ্তাৰ পাঁচ দুৰ্ধর্ষ ডকাইত

অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হোৱা মহানগৰীত গ্ৰেপ্তাৰ হ’ল পাঁচ দুৰ্ধর্ষ ডকাইত ৷ অস্ত্ৰ সহ জব্দ এখন ৰঙা ৰঙৰ চাৰিচকীয়া বাহন ৷

মহানগৰীৰ পৰা গ্ৰেপ্তাৰ 5 দুৰ্ধৰ্ষ ডকাইট
author img

By

Published : Nov 18, 2019, 11:59 PM IST

গুৱাহাটী, 18 নৱেম্বৰ: গুৱাহাটীৰ লালমাটিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতি কাষত গাড়ী সহ গ্ৰেপ্তাৰ ধৃত পাঁচ ডকাইতৰ গেং ৷ গ্ৰেপ্তাৰ হোৱা আটাইকেইজনৰ ঘৰ নলবাৰী জিলাৰ মুকালমুৱাত ৷ এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই হাতীগাওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ডকাইত কেইজনক ৷ গ্ৰেপ্তাৰ হোৱা পাঁচ ডকাইত হৈছে ৰঞ্জন আলি, মনোৱাৰ হুছেইন, মহম্মদ ৰাজু আলি, উমেদ আলি আৰু চৰিফুল হক

গ্ৰেপ্তাৰ 5 দুৰ্ধৰ্ষ ডকাইট

খবৰ অনুসৰি, ধৃত ডকাইত কেইজনে সোমবাৰে মহানগৰীৰ জয়ানগৰৰ এটি ঘৰত ডকাইতি কৰাৰ পৰিকল্পনাৰে গুৱাহাটীলৈ আহিছিল ৷ গোপন খবৰৰ ভিত্তিতেই হাতীগাওঁ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আটাইকেইজনক ।

লগতে চাওক-বৰখলাৰ ক্ষুব্ধ ৰাইজৰ লগত প্ৰাক্তন বিধায়ক ৰুমী না৷থ

Intro:অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হোৱা মহানগৰীত পাচজন দুধর্ষ ডকাইত গ্ৰেপ্তাৰ

লালমাটিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত গাড়ী সহ গ্ৰেপ্তাৰ ডকাইত কেইটাক

ধৃত ডকাইত কেইটা ক্ৰমে ৰঞ্জন আলী , মনোৱাৰ হুছেইন , ৰাজু আলী , উমেদ আলী আৰু চৰিফুল হক

আটাই কেইজনৰ ঘৰ নলবাৰী জিলাৰ মুকালমুৱাত

ধৃত ডকাইত কেইজনে আজি মহানগৰীৰ জয়ানগৰত এটি ঘৰত ডকাইত কৰাৰ পৰিকল্পনাৰে আহি থকা অৱস্থাত আৰক্ষীৰ গোপন খবৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে আটাইকেইজনক।Body:Guwahati Conclusion:Asrar Ansari
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.