ETV Bharat / state

3 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

author img

By

Published : Jan 7, 2021, 3:57 PM IST

3 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

3 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ
3 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

অখিল গগৈৰ জামিন নাকচ: জাহ্নু বৰুৱাৰ প্ৰতিক্ৰিয়া

কৃষক নেতা অখিল গগৈৰ জামিন আবেদন নাকচ উচ্চ ন্যায়ালয়ৰ ৷ এই সন্দৰ্ভত ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছবি পৰিচালক জাহ্নু বৰুৱাই ৷

জামিন আবেদন নাকচ হোৱাৰ পিছতে শোকত ম্ৰিয়মান অখিলৰ মাতৃ

‘নিয়া’ৰ ১৩/২০১৯ নম্বৰৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে নাকচ কৃষক নেতা অখিল গগৈৰ জামিন আবেদন ৷ জামিন নাকচ হোৱাৰ খবৰ লাভ কৰাৰ পিছতে এতিয়া শোকত ভাগি পৰিছে নেতাগৰাকীৰ মাতৃ প্ৰিয়দা গগৈ ৷

গুৰুজনাৰ আশীষ বিচাৰি বটদ্ৰৱা থানত লুৰীণজ্যোতি গগৈ

নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বটদ্ৰৱা থানলৈ আগমন ঘটিছে ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ ৷ বৃহস্পতিবাৰে গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হৈ গুৰুজনাৰ আশীষ গ্ৰহণ কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷

মিৰ্জাত চি আই টি ইউৰ উদ্যোগত ব্যাপক প্ৰতিবাদ

দিল্লীৰ প্ৰতিবাদী কৃষকসকলক সমৰ্থন জনায় মিৰ্জাত উত্তাল প্ৰতিবাদ । প্ৰতিবাদী ৰাইজে অৱৰোধ কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ ।

নমামি ব্ৰহ্মপুত্ৰৰ পিচত এইবাৰ চৰকাৰী খৰচত ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ

কেন্দ্ৰীয় জলশক্তি মন্ত্ৰণালয়ৰ উদ্যোগত আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বাহিনী (এন ডি আৰ এফ) ৰ সহযোগত অনুষ্ঠিত হ’ব ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ ৷ ৯ জানুৱাৰীত তেজপুৰত আৰম্ভ হ’বলগীয়া এই উৎসৱ ২১ জানুৱাৰীত দক্ষিণ শালমাৰাত সামৰণি পৰিব ।

বিজেপিত যোগদান কৰিলে মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিয়ে

মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অৰুণজ্যোতি মৰাণে যোগদান কৰিলে বিজেপিত ৷

অখিল গগৈৰ জামিন বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব কৃষক মুক্তি সংগ্ৰাম সমিতি

অখিল গগৈৰ জামিন বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব কৃষক মুক্তি সংগ্ৰাম সমিতি । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ জামিন আবেদন নাকচ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ NIA য়ে ৰুজু কৰা গোচৰৰ জামিন নাকচ কৰিছে আদালতে ৷ চানমাৰি থানাত 30/2019 নম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল অখিল গগৈক ৷ অখিলৰ ওপৰত আছিল ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৷

নগাঁৱত আটক কৃষি আইন বিৰোধী প্ৰতিবাদকাৰী

দিল্লীত চলি থকা কৃষক বিদ্রোহক সমৰ্থন জনায় কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা তিনিখনকৈ কৃষি আইন বাতিলৰ দাবীত নগাঁৱত বাওঁ দলে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । চি আই টি ইউ , ৰাজ্যিক কৃষক সভা, চি পি আইৰ উদ্যোগত বৃহস্পতিবাৰে নগাঁৱৰ ৰাজপথত প্ৰতিবাদী সমদল উলিওৱাৰ লগতে নগাঁও চহৰৰ মূল পথ অৱৰোধ কৰে ।

প্ৰথমবাৰৰ বাবে গণতন্ত্ৰ দিৱসৰ পেৰেডত নাথাকে মুখ্য অতিথি

55বছৰত প্ৰথমবাৰৰ বাবে সংঘটিত হ’ব এই ঘটনা ৷ ৰাজপথত অনুষ্ঠিত হ’বলগীয়া গণতন্ত্ৰ দিৱসৰ পেৰেডত নাথাকে কোনো মুখ্য অতিথি ৷

চামগুৰিত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত

নগাঁৱৰ চামগুৰিত উপদ্ৰৱ চলাই সা-সম্পত্তিৰ ক্ষতিসাধন কৰে বনৰীয়া হাতীয়ে ৷ হাতীৰ আক্ৰমণৰ ফলত কথমপি প্ৰাণৰক্ষা পৰে শিশুসহ দিগন্ত বৰাৰ পৰিয়ালৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.