ETV Bharat / state

মহানগৰীত অনুমতিবিহীনভাৱে প্ৰৱেশ কৰা ট্ৰেভেলাৰৰ বিৰুদ্ধে অভিযান - যান-বাহন আৰক্ষীৰ অভিযান

ট্ৰেভেলাৰৰ বিৰুদ্ধে মহানগৰ যান-বাহন আৰক্ষীৰ অভিযান।জব্দ ২২খনকৈ যাত্ৰীবাহী ট্ৰেভেলাৰ ৷

অনুমতিবিহীনভাৱে প্ৰৱেশ কৰা ট্ৰেভেলাৰৰ বিৰুদ্ধে অভিযান
author img

By

Published : Jun 10, 2019, 7:52 PM IST

গুৱাহাটী,10 জুন: অনুমতিবিহীনভাৱে মহানগৰীত প্ৰৱেশ কৰা ট্ৰেভেলাৰৰ বিৰুদ্ধে তৎপৰ মহানগৰ যানবাহন আৰক্ষী। সোমবাৰে এনে ট্ৰেভেলাৰৰ বিৰুদ্ধে চলিল অভিযান। অভিযানত জব্দ হয় ২২ খনকৈ যাত্ৰীবাহী ট্ৰেভেলাৰ। জব্দকৃত ট্ৰেভেলাৰসমূহ জালুকবাৰী আৰক্ষীয়ে উদ্ধাৰ কৰি গতাই দিয়ে জিলা পৰিবহণ বিভাগক। ট্ৰেভেলাৰসমূহৰ মালিকক জৰিমনা বিহাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বিভাগটোৱে। ইফালে, বিভিন্ন সময়ত অবৈধভাৱে মহানগৰীত প্ৰৱেশ কৰি চলাচল কৰি আহিছে এই ট্ৰেভেলাৰসমূহ। যাৰ বাবে অৱেশষত যানবাহন আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ২২খনকৈ ট্ৰেভেলাৰ।

Intro:অনুমতিবিহীনভাৱে মহানগৰীত প্ৰৱেশ কৰা ট্ৰেভেলাৰৰ বিৰুদ্ধে তৎপৰ মহানগৰ যানবাহন আৰক্ষী। সোমবাৰে এনে ট্ৰেভেলাৰৰ বিৰুদ্ধে চলিল অভিযান। অভিযানত জব্দ হয় ২২খনকৈ যাত্ৰীবাহী ট্ৰেভেলাৰ। জব্দকৃত ট্ৰেভেলাৰসমূহ জালুকবাৰী আৰক্ষীয়ে বৰ্তমান গটাই দিছে জিলা পৰিবহন বিভাগক। ট্ৰেভেলাৰসমূহৰ মালিকক জৰিমনা বিহাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বিভাগটোৱে। ইফালে বিভিন্ন সময়ত অবৈধভাৱে মহানগৰীত প্ৰৱেশ কৰে ট্ৰেভেলাৰসমূহ। মহানগৰীত প্ৰৱেশৰ অনুমতি দিয়া নহয় এইসমূহ ট্ৰেভেলাৰক। তথাপি অবৈধভাৱে মহানগৰীত চলাচল কৰি আছিল ট্ৰেভেলাৰসমূহ। যাৰ বাবে অৱেশষত যানবাহন আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ২২খনকৈ ট্ৰেভেলাৰ।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.