ETV Bharat / state

শিশুৰ হৃৎপিণ্ডৰ দুটাকৈ ফুটাৰ সফল অস্ত্ৰোপ্ৰচাৰ হায়াত হাস্পতালৰ

author img

By

Published : Jul 3, 2019, 6:26 PM IST

১৬ মহীয়া শিশুৰ হৃৎপিণ্ডৰ দুটাকৈ ফুটাৰ সফল অস্ত্ৰোপ্ৰচাৰ কৰিলে হায়াত হাস্পতালে । দেশত প্ৰতি এহেজাৰ শিশুৰ ভিতৰত ৮ গৰাকী শিশু জন্মগত হৃদ- সমস্যাসমূহৰে আক্ৰান্ত হয়।

শিশুৰ হৃৎপিণ্ডৰ দুটাকৈ ফুটাৰ সফল অস্ত্ৰোপ্ৰচাৰ হায়াত হাস্পতালৰ

গুৱাহাটী,3জুলাইঃ শিশুৰ জন্মগত হৃদ- সমস্যাসমূহৰ ভিতৰত অন্যতন এক সমস্যা হৈছে হৃৎপিণ্ডৰ ফুটা । সাধাৰণতে অপেন হাৰ্ট ছাৰ্জাৰীৰ জড়িয়তে এই সমস্যা নিৰাময় কৰা হয় যদিও মহানগৰীৰ হায়াত হাস্পতালত এটি ১৬ মহীয়া শিশুৰ হৃৎপিণ্ডৰ দুটাকৈ ফুটা সফলভাৱে শল্য চিকিৎসাৰ দ্বাৰা সম্পন্ন কৰা হৈছে । চিকিৎসালয়খনৰ জ্যেষ্ঠ হৃদ-শল্য ৰোগ বিশেষজ্ঞ ডাঃ সুৰজ কুমাৰ প্ৰধানে সম্পন্ন কৰে এই চিকিৎসা । এক সংবাদমেলত ডাঃ প্ৰধানে কয় দেশত প্ৰতি এহেজাৰ শিশুৰ ভিতৰত ৮ জনকৈ শিশু এই সমস্যাৰ দ্বাৰা প্ৰভাৱিত হয় । হায়াত হাস্পতালৰ অত্যাধুনিক প্ৰযুক্তি আৰু উন্নত আন্তঃগাঁথনিৰ বাবে এই অস্ত্ৰোপ্ৰচাৰ সফলতাৰে সম্পন্ন হয়।

Intro:১৬ মহীয়া শিশুৰ হৃৎপিণ্ডৰ দুটাকৈ ফুটাৰ সফল অস্ত্ৰোপ্ৰচাৰ কৰিলে হায়াত হাস্পাতালে। দেশত প্ৰতি এহেজাৰ শিশুৰ ভিতৰত ৮ গৰাকী শিশু জন্মগত হৃদ- সমস্যাসমূহৰে আক্ৰান্ত হয়।

Body:শিশুৰ জন্মগত হৃদ- সমস্যাসমূহৰ ভিতৰত অন্যতন এক সমস্যা হৈছে হৃৎপিণ্ডৰ ফুটা। সাধাৰণতে অপেন হাৰ্ট ছাৰ্জাৰীৰ জড়িয়তে এই সমস্যা নিৰাময় কৰা হয় যদিও মহানগৰী গুৱাহাটীৰ হায়াত হাস্পাতালত এটি ১৬ মহীয়া শিশুৰ হৃৎপিণ্ডৰ দুটাকৈ ফুটা সফল শল্য চিকিৎসা সম্পন্ন কৰা হৈছে। চিকিৎসালয়খনৰ জ্যেষ্ঠ হৃদ-শল্য ৰোগ বিশেষজ্ঞ ডাঃ সুৰজ কুমাৰ প্ৰধানে সম্পন্ন কৰে এই চিকিৎসা। এক সংবাদমেলত ডাঃ প্ৰধানে কয় দেশত প্ৰতি এহেজাৰ শিশুৰ ভিতৰত ৮ জনকৈ শিশু এই সমস্যাৰ দ্বাৰা প্ৰভাৱিত হয়। হায়াত হাস্পাতালৰ অত্যাধুনিক প্ৰযুক্তি আৰু উন্নত আন্তগাঁথানিৰ বাবে এই অস্ত্ৰোপ্ৰচাৰ সফলতাৰে সম্পন্ন হয়।

বাইট : ডাঃ সুৰজ কুমাৰ প্ৰধান

Conclusion:শিশুৰ জন্মগত হৃদ- সমস্যাসমূহৰ লক্ষণ সমূহ হ'ল শিশুৰ ওজন স্বাভাৱিক হাৰত বৃদ্ধি নোপোৱা, নিউমোনিয়াত আক্ৰান্ত হোৱা, ঘনাই উশাহ-নিশাহ লোৱা, শ্বাস-প্ৰশ্বাসৰ সংক্ৰমণ ইত্যাদি। চিকিৎসাক জনে লগতে জানিবলৈ দিয়ে যে তেজৰ সম্পৰ্ক থকা জনৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন কৰা পিতৃ-মাতৃৰ সন্তানৰ ক্ষেত্ৰত হৃৎপিণ্ডৰ ফুটাৰ সমস্যা আটাইতকৈ বেছি দেখিবলৈ পোৱা যায়।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.