ETV Bharat / state

সোমবাৰৰ দিনটোত অসমত চিনাক্ত 154 গৰাকী ক'ভিড-19 আক্ৰান্ত - covid 19

চন্দ্রপুৰত এজন যুৱকৰ দেহত ধৰা পৰিছে ক'ভিড-19 । অসমত বৰ্তমানলৈকে ক'ভিড-19ত আক্ৰান্ত হৈছে 2835 গৰাকী লোক আৰু আৰোগ্য লাভ কৰিছে 784 গৰাকীয়ে ৷

COVID 19
COVID 19
author img

By

Published : Jun 9, 2020, 1:25 AM IST

গুৱাহাটী, 8 জুন : চন্দ্রপুৰত এজন যুৱকৰ দেহত ধৰা পৰিছে ক'ভিড-19 । আক্ৰান্ত লোকজনৰ ঘৰ চন্দ্ৰপুৰৰ হাজংবৰীত ৷ ৩১ মে ত অৰুণাচলৰ পৰা আহি মহানগৰীৰ পল্টন বজাৰৰ গীতাঞ্জলি হোটেলত কোৱাৰেণ্টাইন হৈ আছিল যুৱকজন ৷ হোটেলৰ পৰা দেওবাৰে আবেলি আহিছিল চন্দ্ৰপুৰৰ নিজৰ ঘৰলৈ ।

COVID 19
চন্দ্রপুৰত এজন যুৱকৰ দেহত ধৰা পৰিছে ক'ভিড-19
সোমবাৰে ৰাতিপুৱা স্বাস্থ্য বিভাগে সদৰী কৰে লোকজন ক'ভিড-19 আক্ৰান্ত বুলি। পল্টন বজাৰৰ পৰা এখন টাটা মেজিক বাহনত নিজ ঘৰলৈ আহিছিল আক্ৰান্ত যুৱকজন । টাটা মেজিক খনত আহিছিল অন্য ৫ জন লোক। একেলগে বাহনত অহা সেই ৫ জন লোকক লৈ এতিয়া শংকিত অঞ্চলবাসী ৷
  • 📌Alert ~ 59 new #COVID19+ cases

    14 Dhemaji, 13 Darrang, 8 Nagaon, 6 Biswanath, 6 Sonitpur, 5 Barpeta, 2 Chirang, 2 D'garh, 1 B'gaon, 1 K Anglong, 1 Kamrup (M)

    ↗️Total cases 2835
    ↗️Recovered 784
    ↗️Active cases 2044
    ↗️Deaths 04

    11:35 PM/June 8/ Day's total 154#AssamCovidCount pic.twitter.com/Ww7NH1UzAt

    — Himanta Biswa Sarma (@himantabiswa) June 8, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

অসমত বৰ্তমানলৈকে ক'ভিড-19ত আক্ৰান্ত হৈছে 2835 গৰাকী লোক আৰু আৰোগ্য লাভ কৰিছে 784 গৰাকীয়ে ৷ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা মতে ক'ভিড-19ত শেহতীয়া কৈ আক্ৰান্ত হৈছে ধেমাজিৰ 14 জন, দৰঙৰ 13 জন, নগাঁৱৰ 8 জন, শোণিতপুৰৰ 6 জন, বৰপেটাৰ 5 জন, চিৰাঙৰ দুজন, ডিব্ৰুগড়ৰ দুজন, বঙাইগাঁৱৰ 1 জন, কাৰ্বি আলংঙৰ এজন, আৰু কামৰূপ মেট্ৰ'ৰ এজন ৷ সোমবাৰৰ দিনটোত ৰাজ্যত চিনাক্ত হোৱা মুঠ ক'ভিড-19 আক্ৰান্তৰ সংখ্যা হৈছে 154 গৰাকী ৷ আনহাতে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে 148 গৰাকীক ৷

লগতে পঢ়ক : ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত ৰঙিয়াত প্ৰতিবাদী কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.