গুৱাহাটী, 1 জুনঃ নিশা এখন বিশেষ শ্ৰমিক ৰে'লৰে গুৱাহাটীত উপস্থিত হ'লহি মুম্বাইত আৱদ্ধ শ্ৰমিক । মুঠ ৮৩৯ গৰাকী যাত্ৰী আহিছে ৰে'লখনত । এই সকললোকক কোৱাৰেইন্টাইন কৰাৰ ব্যৱস্থা কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে । কটন বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, ইন্সিটিউট অফ হোটেল মেনেজমেন্ট, এছ আই টি এমত ৰখাৰ ব্যৱস্থা কৰিছে এইসকল লোকক । ইফালে মুম্বাইৰ পৰা অহা এই লোকসকল হোজাই আৰু কৰিমগঞ্জৰ । মহানগৰীৰ সৰুসজাইত স্বাস্থ্য পৰীক্ষা কৰি পোনে পোনে তেওঁলোকক প্ৰেৰণ কৰা হৈছে কোৱাৰেইন্টাইন চেন্টাৰলৈ।
মুম্বাইৰ পৰা গুৱাহাটীত উপস্থিত প্ৰায় এহেজাৰ শ্ৰমিক - গুৱাহাটী বিশ্ববিদ্যালয়
মুম্বাইৰ পৰা অহা এই লোকসকলৰ অধিকাংশই হোজাই আৰু কৰিমগঞ্জ জিলাৰ ।