টীয়ক,15 জুনঃ যোৰহাট জিলাৰ টীয়কৰ মাজমজিয়াত এজাক নৱ প্ৰজন্মই সংগ্ৰহ কৰিছে ন-পুৰণি বিভিন্ন কিতাপ । যি সময়ত ছ’চিয়েল মিডিয়াৰ অপব্যৱহাৰে নৱপ্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিছে বুলি সঘনাই অভিযোগ উঠিছে সেই সময়তে যোৰহাট,টীয়ক,শিৱসাগৰ আদিৰ এদল উদ্যমী যুৱক যুৱতীয়ে Whatsup ৰ জৰিয়তে ‘প্ৰীত’ নাম দি এটা গোট কৰি অসমৰ বিভিন্ন অঞ্চলত কিতাপ সংগ্ৰহ কৰিছে । ‘প্ৰীত’ৰ এই কৰ্মসূচীত বিদ্যালয়,মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শিক্ষক তথা বহুতো গ্ৰন্থানুৰাগী ব্যক্তিয়ে সহযোগ কৰি গ্ৰন্থ দান কৰা পৰিলক্ষিত হৈছে । এই সংগৃহীত কিতাপবোৰ বৰ্তমান কোনো গ্ৰন্থাগাৰত প্ৰদান কৰিব আৰু ভৱিষ্যতে প্ৰীতে নিজাববীয়া এক গ্ৰন্থাগাৰ স্থাপন কৰাৰ লগতে দুখীয়া ছাত্ৰ ছাত্ৰীসকলক এই মাধ্যমৰ জৰিয়তে কিতাপ যোগান ধৰিব বুলি জানিবলৈ দিছে ।
টীয়কত এজাক নৱপ্ৰজন্মৰ গ্ৰন্থ সংগ্ৰহ - PREET
ৱাটছএপৰ জৰিয়তে গঠন হোৱা প্ৰীত নামৰ এটা গোটে ন-পুৰণি গ্ৰন্থ সংগ্ৰহ কৰি গ্ৰন্থাগাৰলৈ প্ৰদান কৰিব গ্ৰন্থসমূহ ৷
টীয়ক,15 জুনঃ যোৰহাট জিলাৰ টীয়কৰ মাজমজিয়াত এজাক নৱ প্ৰজন্মই সংগ্ৰহ কৰিছে ন-পুৰণি বিভিন্ন কিতাপ । যি সময়ত ছ’চিয়েল মিডিয়াৰ অপব্যৱহাৰে নৱপ্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিছে বুলি সঘনাই অভিযোগ উঠিছে সেই সময়তে যোৰহাট,টীয়ক,শিৱসাগৰ আদিৰ এদল উদ্যমী যুৱক যুৱতীয়ে Whatsup ৰ জৰিয়তে ‘প্ৰীত’ নাম দি এটা গোট কৰি অসমৰ বিভিন্ন অঞ্চলত কিতাপ সংগ্ৰহ কৰিছে । ‘প্ৰীত’ৰ এই কৰ্মসূচীত বিদ্যালয়,মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শিক্ষক তথা বহুতো গ্ৰন্থানুৰাগী ব্যক্তিয়ে সহযোগ কৰি গ্ৰন্থ দান কৰা পৰিলক্ষিত হৈছে । এই সংগৃহীত কিতাপবোৰ বৰ্তমান কোনো গ্ৰন্থাগাৰত প্ৰদান কৰিব আৰু ভৱিষ্যতে প্ৰীতে নিজাববীয়া এক গ্ৰন্থাগাৰ স্থাপন কৰাৰ লগতে দুখীয়া ছাত্ৰ ছাত্ৰীসকলক এই মাধ্যমৰ জৰিয়তে কিতাপ যোগান ধৰিব বুলি জানিবলৈ দিছে ।
TEOK:যোৰহাট জিলাৰ টীয়কৰ মাজমজীয়াত এজাক নৱ প্ৰজন্মৰ ডেকা গাভৰু লগ হৈ সংগ্ৰহ কৰিছে ন-পুৰণি বিভিন্ন কিতাপ।যি সময়ত ছচিয়েল মিডিয়াৰ অপব্যৱহাৰে নৱপ্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিছে বুলি সঘনাই অভিযোগ উঠিছে সেই সময়তে যোৰহাট,টীয়ক,শিৱসাগৰ আদিৰ এদল উদ্যমী যুৱক যুৱতীয়ে Whatsup ৰ জৰিয়তে প্ৰীত নাম দি এটা গোট কৰি অসমৰ বিভিন্ন অঞ্চলত কিতাপ সংগ্ৰহ কৰিছে।প্ৰীতৰ এই কৰ্মসূচীত বিদ্যালয়,মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শিক্ষক তথা বহুতো গ্ৰন্থানুৰাগী ব্যক্তিয়ে সহযোগ কৰি গ্ৰন্থ দান কৰা পৰিলক্ষিত হৈছে।এই সংগ্ৰহৃত কিতাপবোৰ বৰ্তমান কোনো গ্ৰন্হাগাৰত প্ৰদান কৰিব আৰু ভৱিষ্যতে প্ৰীতে নিজাববীয়া এক গ্ৰন্থগাৰ স্হাপন কৰাৰ লগতে দুখীয়া ছাত্ৰ ছাত্ৰীসকলক এই মাধ্যমৰ জৰিয়তে কিতাপ যোগান ধৰিব বুলি জানিবলৈ দিছে।Conclusion: