ETV Bharat / state

লাহদৈগড়ত মহিলা সংগঠনৰ প্ৰতিবাদী সমদল

টীয়কৰ লাহদৈগড়ত মঙলবাৰে মহিলা সাংস্কৃতিক সংগঠনৰ লাহদৈগড় আঞ্চলিক সমিতিয়ে নাৰীৰ সুৰক্ষাৰ বাবে এক প্ৰতিবাদী সমদল উলিয়ায় ৷ হাতে হাতে বেনাৰ লৈ বিভিন্ন শ্লোগানেৰে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ ঢেকীয়াখোৱা তিনিআলিলৈকে প্ৰতিবাদ সাব্যস্ত কৰে মহিলা প্ৰতিবাদকাৰী সকলে ৷

author img

By

Published : May 21, 2019, 9:10 PM IST

লাহদৈগড়ত মহিলা সংগঠনৰ প্ৰতিবাদী সমদল

টিয়ক, 21 মে': মঙলবাৰে অল ইণ্ডিয়া মহিলা সাংস্কৃতিক সংগঠনৰ লাহদৈগড় আঞ্চলিক সমিতিয়ে নাৰী নিৰ্যাতন, ধৰ্ষণ, যৌতুক প্ৰথা, মদ - ড্ৰাগছৰ প্ৰচলন বন্ধ কৰাৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ ইয়াৰ উপৰি সমকামিতা তথা বিবাহ বৰ্হিভূত সম্পৰ্ক বৈধ কৰাৰ বিৰুদ্ধেও প্ৰতিবাদ কৰে সমিতিৰ সদস্যাসকলে ৷ মহিলাসকলে হাতে হাতে বেনাৰ লৈ বিভিন্ন শ্লোগানেৰে লাহদৈগড় মইনাপৰীয়া জনকল্যাণ সংঘৰ পৰা 37 নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ ঢেকীয়াখোৱা তিনিআলিলৈকে প্ৰতিবাদ সাব্যস্ত কৰে ৷

লাহদৈগড়ত মহিলা সংগঠনৰ প্ৰতিবাদী সমদল

নাৰীৰ সমস্যা আৰু সুৰক্ষাৰ ক্ষেত্ৰত সমাজ তথা চৰকাৰক সজাগ কৰাই দিয়াৰ মানসেৰে এনে কাৰ্যসূচী গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে প্ৰতিবাদী মহিলাসকলে ৷

Intro:Body:টীয়কৰ লাহদৈগড়ত মহিলা সংগঠনৰ প্ৰতিবাদী সমদল
TEOK: ক্ৰমবৰ্ধমান নাৰী নিৰ্যাতন, ধৰ্ষণ, যৌতুক প্ৰথা, মদ ড্ৰাগছৰ প্ৰচলন বন্ধ কৰাৰ সহ সমকামিতা আৰু বিবাহ বৰ্হিভূত সম্পৰ্ক বৈধ কৰা চৰকাৰী পদক্ষেপৰ বিৰুদ্ধে অল ইণ্ডিয়া মহিলা সাংস্কৃতিক সংগঠন লাহদৈগড় আঞ্চলিক সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। লাহদৈগড় মইনাপৰীয়া জনকল্যান সংঘৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথেদি ঢেকীয়াখোৱা তিনিআলিলৈকে বাহিৰ কৰা প্ৰতিবাদী সমদলটোত প্ৰতিবাদী মহিলাসকলে হাতে হাতে বেনাৰ লৈ বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিবেশ।নাৰীৰ সমস্যা আৰু সুৰক্ষাৰ ক্ষেত্ৰত সমাজ তথা চৰকাৰক সজাগ কৰিবলৈ এনেকুৱা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি মত প্ৰকাশ কৰিছে মহিলাসকলে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.