ETV Bharat / state

খোজকাঢ়িয়েই ঘৰলৈ বাট ল'লে এগৰাকী যুৱকে

author img

By

Published : Apr 23, 2020, 2:22 PM IST

Updated : Apr 23, 2020, 2:55 PM IST

লক ডাউনে ব্যাপক প্ৰভাৱ পেলাইছে সৰ্বসাধাৰণ ৰাইজৰ জীৱন নিৰ্বাহত ৷ বৃহস্পতিবাৰে তিনিবন্ধুৰ সৈতে উপস্থিত হয় যোৰহাটৰ মৰিয়নীত ৷

the massive impact of lockdown on human life
খোজকাঢ়িয়েই ঘৰলৈ বাট ল'লে এগৰাকী যুৱকে

মৰিয়নী,23 এপ্ৰিলঃ লক ডাউনত স্তব্ধ দেশৰ লগতে সমগ্ৰ ৰাজ্য৷ গৃহবন্দী ৰাজ্যবাসী ৷ লকডাউনে ব্যাপক প্ৰভাৱ পেলাইছে সৰ্বসাধাৰণ ৰাইজৰ জীৱন নিৰ্বাহত ৷ এনে এক দৃশ্য দেখা পোৱা গ'ল যোৰহাটৰ মৰিয়নীত ৷ কৰ্মসূত্ৰে দুলীয়াজানত থকা যোৰহাটৰ বৰহোজৰ অজিত দাস নামৰ যুৱকজনে ধনৰ নাটনি আৰু খাদ্যৰ অভাৱৰ বাবে নিজৰ তিনিগৰাকী বন্ধুৰ সৈতে খোজকাঢ়িয়েই ঘৰলৈ বুলি বাট ল'লে ৷ ৰে'লৰ লাইনে-লাইনে দুলীয়াজানৰ পৰা খোজকাঢ়ি আহি বৃহস্পতিবাৰে তিনিবন্ধুৰ সৈতে উপস্থিত হয় যোৰহাটৰ মৰিয়নীত ৷ ইপিনে মৰিয়নীত উপস্থিত হৈ কোনো বাহন নাপায় অকলেই পুনৰ খোজকাঢ়িয়েই ঘৰলৈ বুলি বাট ল'লে অজিত দাস নামৰ যুৱকজনে ৷ এনেদৰেই এতিয়া লক ডাউনৰ ফলত পানীত হাঁহ নচৰা অৱস্থা হৈছে সৰ্বসাধাৰণ লোকৰ ৷

খোজকাঢ়িয়েই ঘৰলৈ বাট ল'লে এগৰাকী যুৱকে

লগতে পঢ়কঃকৃষি খণ্ডত প্ৰায় দুই কোটি টকাৰ ক্ষতিঃ কৃষি মন্ত্ৰী অতুল বৰা

Last Updated : Apr 23, 2020, 2:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.