ETV Bharat / state

যোৰহাট আৰক্ষীৰ কাষত সূৰ্যাংগ

author img

By

Published : Jun 7, 2021, 10:46 PM IST

যোৰহাট আৰক্ষীৰ কাষত ঠিয় দিলে যোৰহাট জিলাৰ অন্যতম বেচৰকাৰী সামাজিক অনুষ্ঠান সূৰ্যাংগ ৷ জিলাখনৰ সদৰ,ভোগদৈ,লাহদৈগড়, টীয়ক থানাৰ লগতে বিভিন্ন স্থানত ৰ'দ বৰষুণ নেওচি নিজৰ কৰ্তব্যত ব্ৰতী হৈ থকা আৰক্ষীসকলক মাস্ক, চিনিটাইজাৰ আৰু গ্ল'ভছ প্ৰদান কৰে অনুষ্ঠানটোৰ কৰ্মীসকলে ।

A_teok_teok_ngo_stand_for_police_asc10027
যোৰহাট আৰক্ষীৰ কাষত সূৰ্যাংগ

টীয়ক, 7 জুন : ৰাজ্যত শেহতীয়া ভাৱে কৰ'ণা মহামাৰীৰ দ্বিতীয় ঢৌৱে সংহাৰী ৰূপ ধাৰণ কৰাত ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা প্ৰশাসনে পালন কৰিছে এক গুৰুত্বপূৰ্ণ ভূমিকা ৷ আক্ৰান্তৰ হাৰ নিম্নগামী কৰাৰ বাবে সমুখসমৰৰ পৰা ৰাজ্য প্ৰথমশাৰীৰ যোদ্ধা যেনে- ডাক্তৰ, আৰক্ষী, চাফাই কৰ্মীসকলে কৰা ত্যাগক সকলোৱে শলাগ লোৱা লৈছে ৷

যোৰহাট আৰক্ষীৰ কাষত সূৰ্যাংগ

ৰাজ্যবাসীক এক ভয়াৱহ বিপদৰ পৰা উদ্ধাৰৰ বাবে আৰক্ষীসকলে কৰা মহান ত্যাগ আৰু কষ্টৰ প্ৰতি সন্মান জনাই যোৰহাট আৰক্ষীৰ কাষত ঠিয় দিলে যোৰহাট জিলাৰ অন্যতম বেচৰকাৰী সামাজিক অনুষ্ঠান সূৰ্যাংগ ৷ জিলাখনৰ সদৰ, ভোগদৈ, লাহদৈগড়, টীয়ক থানাৰ লগতে বিভিন্ন স্থানত ৰ'দ বৰষুণ নেওচি নিজৰ কৰ্তব্যত ব্ৰতী হৈ থকা আৰক্ষীসকলক মাস্ক, চিনিটাইজাৰ আৰু গ্ল'ভছ প্ৰদান কৰি প্ৰতিগৰাকী আৰক্ষীৰ প্ৰতি কৃতজ্ঞতা স্বীকাৰ কৰি সাধ্য অনুসৰি অনাগত দিনতো সহযোগিতা আগবঢ়াই যাব বুলি মন্তব্য কৰে অনুষ্ঠানটোৰ কৰ্মীসকলে।

লগতে পঢ়ক: অসমত আলংকাৰিক মাছৰ যথেষ্ট সম্ভাৱনীয়তা আছে: মুনীন দত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.