- জাঁজীমুখৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ
- ভুটভুটি নাৱত উঠি অঞ্চলটো পৰ্যবেক্ষণ কৰি খহনীয়াৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে
- গৰাখহনীয়া ৰোধৰ বাবে চৰকাৰে ৪ কোটি ৯০ লাখ প্ৰাককলন প্ৰস্তুত কৰাৰ কথা উল্লেখ মন্ত্ৰীগৰাকীৰ
- জিঅ' বেগ আৰু পাৰকুপাইনৰ দ্বাৰা খহনীয়া ৰোধৰ ব্যৱস্থা কৰাৰ কথাও উল্লেখ মন্ত্ৰী কেশৱ মহন্তৰ
- উল্লেখ্য যে, বৰমথাউৰি, শগুণপৰা, লুইতপৰীয়া আৰু ওপৰ শগুণপৰাৰ বিস্তীৰ্ণ অঞ্চল গৰাখহনীয়াৰ কৱলত পৰি ভৌগোলিক পৰিসীমা প্ৰায় সংকুচিত হৈ আহিছে
- বিশেষকৈ প্লেটফৰ্মৰ পৰা ওপৰ শগুণপৰালৈ যাতায়তৰ একমাত্ৰ পথটো খহনীয়াৰ ফলত ক্ৰমাৎ জাহ যোৱাৰ পথত
- মন্ত্ৰীগৰাকীৰ লগত বিধায়িকা ৰেণুপমা ৰাজখোৱা, অগপৰ জিলা সম্পাদক বিকাশ শইকীয়া উপৰি বিভাগটোৰ শীৰ্ষ বিষয়া উপস্থিত থাকে
জাঁজীমুখৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰীৰ - kashob mahanta
গৰাখহনীয়া ৰোধৰ বাবে চৰকাৰে ৪ কোটি ৯০ লাখ প্ৰাককলন প্ৰস্তুত কৰাৰ কথা উল্লেখ মন্ত্ৰীগৰাকীৰ
জাঁজীমুখৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰীৰ
- জাঁজীমুখৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ
- ভুটভুটি নাৱত উঠি অঞ্চলটো পৰ্যবেক্ষণ কৰি খহনীয়াৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে
- গৰাখহনীয়া ৰোধৰ বাবে চৰকাৰে ৪ কোটি ৯০ লাখ প্ৰাককলন প্ৰস্তুত কৰাৰ কথা উল্লেখ মন্ত্ৰীগৰাকীৰ
- জিঅ' বেগ আৰু পাৰকুপাইনৰ দ্বাৰা খহনীয়া ৰোধৰ ব্যৱস্থা কৰাৰ কথাও উল্লেখ মন্ত্ৰী কেশৱ মহন্তৰ
- উল্লেখ্য যে, বৰমথাউৰি, শগুণপৰা, লুইতপৰীয়া আৰু ওপৰ শগুণপৰাৰ বিস্তীৰ্ণ অঞ্চল গৰাখহনীয়াৰ কৱলত পৰি ভৌগোলিক পৰিসীমা প্ৰায় সংকুচিত হৈ আহিছে
- বিশেষকৈ প্লেটফৰ্মৰ পৰা ওপৰ শগুণপৰালৈ যাতায়তৰ একমাত্ৰ পথটো খহনীয়াৰ ফলত ক্ৰমাৎ জাহ যোৱাৰ পথত
- মন্ত্ৰীগৰাকীৰ লগত বিধায়িকা ৰেণুপমা ৰাজখোৱা, অগপৰ জিলা সম্পাদক বিকাশ শইকীয়া উপৰি বিভাগটোৰ শীৰ্ষ বিষয়া উপস্থিত থাকে
Intro:Body:জাঁজীমুখৰ বানক্ৰান্ত অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ / ৬ কি:মি ভুট ভুটি নাঁওত উঠি পৰ্যৱেক্ষণ কৰি বুজ ল'লে খহনীয়াৰ
TEOK : অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি বিয়লি জাঁজীমুখ প্লেটফৰ্মত উপস্থিত হৈ বান আক্ৰান্ত জাঁজীমুখ বাসীৰ দুখ দুৰ্দশাৰ বুজ লয় ৷ ইয়াৰ পিছতেই জলসম্পদ বিভাগৰ কেইবাজনো অভিযন্তা সহ প্লেটফৰ্মৰ পৰা ৬ কি: মি: দূৰ ভুট ভুটি নাঁওৰে যাত্ৰা কৰি গৰাখহনীয়াৰ বুজ লয় ৷ উল্লেখযোগ্য যে
বৰমথাউৰি , শগুণপৰা , লুইতপৰীয়া আৰু ওপৰ শগুণপৰা আদিকে ধৰি বিস্তীৰ্ণ অঞ্চল দীৰ্ঘদিন ধৰি গৰাখহনীয়াৰ কৱলত পৰি ভৌগোলিক পৰিসীমা প্ৰায় সংকুচিত হৈ আহিছে ৷প্লেটফৰ্মৰ পৰা ওপৰ শগুণ পৰালৈকে যাতায়তৰ যি একমাত্ৰ পথ সেইয়াও খহনীয়াৰ ফলত ক্ৰমাৎ ইতিহাস হোৱাৰ পথত ৷ এই সন্দৰ্ভত দীৰ্ঘদিন ধৰি সংবাদ মাধ্যমে পৰিৱেশন কৰিছিল বাতৰি ৷জাঁজী নদীৰ তিনিটা অংশত গৰাখহনীয়া ৰোধৰ বাবে জি অ' বেগ ৰ ব্যৱস্থা কৰিছিল চৰকাৰে ৷ আজি সেই অঞ্চল সমূহ পৰিদৰ্শন কৰি জি অ' বেগ ৰ কামে সাৰ্থকতা পাইছে বুলি উল্লেখ কৰি কয় যে আগন্তুক দিনত জিঅ' বেগ ৰ ওপৰত অধিক গুৰুত্ব দিব চৰকাৰে ৷ তেখেতে কয় যে ৪ কোটি ৯০ লাখ প্ৰাককলন প্ৰস্তুত কৰিছে আৰু গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত সকলো ব্যৱস্থা কৰিবলৈ প্ৰস্তুত চৰকাৰ ৷ এই কামখিনি প্ৰকৃত ৰূপায়ন হ'লে অঞ্চলবাসী বহু সকাহ পাব ৷ পাৰকুপাইন ৰ ব্যৱস্থা কৰা বাবে বালি হৈছে আৰু ব্ৰহ্মপুত্ৰ ৰ মূল সোঁতি লৈ ইয়াক ঘুৰাই নিব পাৰিলে গৰাখহনীয়া বহু পৰিমাণে ৰোধ হ'ব ৷ মন্ত্ৰী গৰাকীৰ পৰ্যৱেক্ষণ কালত সহযোগিতা আগবঢ়ায় বিধায়িকা ৰেনুপমা ৰাজখোৱা , অগপৰ জিলা সম্পাদক বিকাশ শইকীয়া সহিতে বহু কৰ্মীয়ে ৷Conclusion:

Last Updated : Aug 10, 2019, 3:57 AM IST