ETV Bharat / state

টীয়কত তিনিদিনীয়াকৈ অনুষ্ঠিত দিবা-নৈশ প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা - টীয়ক কেন্দ্ৰীয় ভেটাৰ্ণ ফুটবল ক্লাৱৰ উদ্যোগত শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ যোৰহাটৰ টীয়ক হাইস্কুল খেলপথাৰত অনুষ্ঠিত দিবা-নৈশ প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা ।

টীয়ক কেন্দ্ৰীয় ভেটাৰ্ণ ফুটবল ক্লাৱৰ উদ্যোগত শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ যোৰহাটৰ টীয়ক হাইস্কুল খেলপথাৰত অনুষ্ঠিত দিবা-নৈশ প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা ।

টীয়কত তিনিদিনীয়াকৈ অনুষ্ঠিত দিবা-নৈশ প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা

author img

By

Published : Jan 22, 2021, 9:57 PM IST

যোৰহাট, ২২ জানুৱাৰী: শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ যোৰহাটৰ টীয়ক হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈছে ৪০ বছৰ উদ্ধৰ সদৌ অসম ভিত্তিত দিবা-নৈশ প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা । টীয়ক কেন্দ্ৰীয় ভেটাৰ্ণ ফুটবল ক্লাৱৰ উদ্যোগত আয়োজিত এই প্ৰতিযোগিতাত ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ ১৬ টা দলে যোগদান নিশ্চিত কৰিছে ।

সংশোধিত নাগৰিকত্ব আইন চমুকৈ কা আৰু বিষ্বজুৰি অতিমাৰী Covid-১৯ ৰ আতংকৰ কিছু সামকটাৰ মাজতে বৃহত্তৰ অঞ্চলটোত এই প্ৰতিযোগিতাই এক সুন্দৰ তথা ভাতৃত্ববোধৰ পৰিবেশৰ সূচনা কৰিব বুলি মন্তব্য কৰিছে উদ্যোক্তাসকলে ।

উল্লেখযোগ্য যে প্ৰতিযোগিতা আৰম্ভণিৰ পূৰ্বে পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণকে ধৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয় আৰু খেলপথাৰত ৰাষ্ট্ৰীয় সংগীতেৰে শুভাৰম্ভ কৰা হয় ।

লগতে পঢ়ক:কাইলৈ শিৱসাগৰলৈ আহিব প্ৰধানমন্ত্ৰী মোডী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.