ETV Bharat / state

যোৰহাটৰ নীলমণিৰ ব্যতিক্ৰমী ধৰণেৰে জুবিন গাৰ্গক জন্মদিনৰ শুভেচ্ছা

author img

By

Published : Nov 18, 2020, 6:35 PM IST

নৱপ্ৰজন্মৰ হাৰ্ট থ্ৰ' জুবিন গাৰ্গৰ 48 সংখ্যক জন্মদিন উপলক্ষে লখিমপুৰ জিলাৰ আজাদ গাঁৱৰ চিত্ৰশিল্পী নীলমণি চাংমায়ে অংকণ কৰিলে কণ্ঠশিল্পী জুবিন গাৰ্গৰ এখন বৃহৎ আকাৰৰ ছৱি ৷

Teok artist painting_zubin garg
যোৰহাটৰ নীলমণিয়ে জুবিন গাৰ্গক জনালে জন্মদিনৰ শুভেচ্ছা

টীয়ক,18নৱেম্বৰ: আজি নৱপ্ৰজন্মৰ হাৰ্ট থ্ৰ' জুবিন গাৰ্গৰ 48 সংখ্যক জন্মদিন । জনপ্ৰিয় শিল্পী গৰাকীৰ এই বিশেষ দিনটোত অনুৰাগী সকলে বিভিন্ন ধৰণে জনাইছে শুভেচ্ছা ৷

লখিমপুৰ জিলাৰ আজাদ গাঁৱৰ চিত্ৰশিল্পী নীলমণি চাংমায়েও কণ্ঠশিল্পী জুবিন গাৰ্গৰ অন্যতম এজন অনুৰাগী ৷ চিত্ৰশিল্পী গৰাকীয়ে হাৰ্ট থ্ৰ' গৰাকীৰ জন্মদিন উপলক্ষে অংকন কৰিছে এখন বৃহৎ আকাৰৰ জুবিন গাৰ্গৰ পেইণ্টিং ৷ পেছাত এগৰাকী পেইন্টাৰ হিচাপে পৰিচিত এইজন শিল্পীয়ে ঘাইপথৰ কাষতে পেইণ্টিং কৰি মৰমৰ শিল্পী গৰাকীলৈ জ্ঞাপন কৰিলে শুভেচ্ছা ৷

অন্য এক খবৰৰ বাবে: সমন্বয়ৰ বাৰ্তা বিলোৱা যোৰহাটৰ এখন বিশেষ গাঁও

উল্লেখ্য যে,কৰ্মসূত্ৰে যোৰহাটত থকা এই গৰাকী অনুৰাগীয়ে ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত থকা টীয়ক সমষ্টিৰ হাতীগড় অঞ্চলৰ অৰ্ধনিৰ্মিত চাৰিলেণ্ডযুক্ত পথৰ ৰ'ডপাছৰ দেৱালত অংকন কৰিছে এখন বৃহৎ আকাৰৰ জুবিন গাৰ্গৰ পেইণ্টিং খন ৷ নীলমণিৰ এই প্ৰয়াসে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

অন্য এক খবৰৰ বাবে: অন্ত পৰিল অপেক্ষাৰ:মুকলি হ'ল ডিব্ৰুগড় বাইপাছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.