ETV Bharat / state

কাকজান মহাবিদ্যালয়ত আবৃত্তিৰে সকলোকে মুহিলে অভিনেতা তপন দাসে

টীয়ক মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড৹ পংকজ গোস্বামীৰ সভাপতিত্বত আয়োজিত উক্ত অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষা ড৹ ৰূপৰেখা বৰদলৈয়ে উদ্বোধনী ভাষণ প্ৰদান কৰে ৷ উক্ত অনুষ্ঠানতে মহাবিদ্যালয়খনৰ অধ্যাপক ভৈৰাৱনন বৰাই অনুবাদ কৰা বিশ্ব বিখ্যাত নাটক 'হেমলেট'ৰ স্বৰ্গৰোক্তি পাঠ কৰি সকলোকে আপ্লুত কৰে শিল্পী তপন দাসে ৷

author img

By

Published : Mar 13, 2020, 5:21 PM IST

Updated : Mar 13, 2020, 10:50 PM IST

Tapan das at Kakojan College
কাকজান মহাবিদ্যালয়ত আবৃত্তিৰে সকলোকে মুহিলে অভিনেতা তপণ দাসে

টীয়ক,13 মাৰ্চঃ যোৰহাট জিলাৰ টীয়কৰ কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত শুকুৰবাৰে এখনি বক্তৃতা অনুষ্ঠান আয়োজন কৰা হয় ৷ ‘অসমত অভিনয় কলা আৰু শ্বেক্সপীয়েৰ’ শীৰ্ষক বক্তৃতা অনুষ্ঠানটোত অংশগ্ৰহণ কৰে অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা তপন দাসে ৷ শ্বেক্সপিয়েৰৰ অভিনয় কলা অসমৰ নাট্য জগতত প্ৰভাৱ সম্পৰ্কে মন্তব্য আগবঢ়াই অভিনেতাগৰাকীয়ে নিজৰ অভিনয় জীৱনৰ কিছু অভিজ্ঞতা ব্যক্ত কৰে ৷

কাকজান মহাবিদ্যালয়ত আবৃত্তিৰে সকলোকে মুহিলে অভিনেতা তপন দাসে

টীয়ক মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড৹ পংকজ গোস্বামীৰ সভাপতিত্বত আয়োজিত উক্ত অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ ৰূপৰেখা বৰদলৈয়ে উদ্বোধনী ভাষণ প্ৰদান কৰে ৷ উল্লেখযোগ্য যে, উক্ত অনুষ্ঠানতে মহাবিদ্যালয়খনৰ অধ্যাপক ভৈৰাৱনন বৰাই অনুবাদ কৰা বিশ্ব বিখ্যাত নাটক 'হেমলেট'ৰ স্বৰ্গৰোক্তি পাঠ কৰি সকলোকে আপ্লুত কৰে শিল্পী তপন দাসে ৷

লগতে পঢ়ক-গগৈ-আজমলক লগত লৈ মনোনয়ন দাখিল কৰিলে অজিত কুমাৰ ভূঞাই

Last Updated : Mar 13, 2020, 10:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.