ETV Bharat / state

দীপাৱলীৰ নিশা যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড - দীপাৱলীৰ সন্ধিয়া

নৰ ভাগত তথা দীপাৱলীৰ বাবে মানুহৰ সমাগম কম হোৱাৰ বাবে বিশেষ ক্ষয়-ক্ষতি নহ'লেও কিহৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হ'ল, এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷ অগ্নি নিৰ্বাপক বাহিনীৰ তৎকালীন পদক্ষেপৰ বাবেই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।

যোৰহাটৰ বৰুৱা চাৰিআলিত ভয়ংকৰ অগ্নিকাণ্ড
author img

By

Published : Oct 27, 2019, 9:27 PM IST

যোৰহাট , 27 অক্টোবৰঃ দীপাৱলীৰ সন্ধিয়া যোৰহাটত অঘটন ৷ চহৰখনৰ সোঁ-মাজত অৱস্থিত বৰুৱা চাৰিআলিৰ আই চি চি আই বেংকৰ সন্মুখত থকা কৰ্ট বিল্ডীংৰ নিচেই কাষতেই সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । চহৰখনৰ মাজেৰে যোৱা গেছৰ আণ্ডাৰ-গ্ৰাউণ্ড পৰিবাহী পাইপৰে গেছ নিৰ্গত হোৱাৰ বাবে হঠাতে জুই জ্বলি উঠে ৷ জুইৰ লেলিহান শিখাই ক্ষন্তেকতে আগুৰি ধৰে অঞ্চলটো ৷ দিনৰ ভাগত তথা দীপাৱলীৰ বাবে মানুহৰ সমাগম কম হোৱাৰ বাবে বিশেষ ক্ষয়-ক্ষতি নহ'লেও কিহৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হ'ল, এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷ অগ্নি নিৰ্বাপক বাহিনীৰ তৎকালীন পদক্ষেপৰ বাবেই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।

যোৰহাটৰ বৰুৱা চাৰিআলিত ভয়ংকৰ অগ্নিকাণ্ড

লগতে পঢ়কঃ আমেৰিকান সেনাৰ হাতত নিধন আইছিছৰ প্ৰধান বাগদাদি

Intro:দীপাৱলীৰ সন্ধিয়া অঘটন।।গেছৰ পাইপত হঠাৎ জূই।।অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত নিৰ্বাপন অগ্নি।

Body:দীপাৱলীৰ সন্ধিয়া যোৰহাটত অঘটন।চহৰখনৰ সো-মাজত তথা বৰুৱা চাৰি আলিত আই চি চি আই বেংকৰ সন্মুখত থকা কৰ্ট বিল্ডীংৰ নিচেই কাষতেই সংঘটিত হয় ভয়ংকৰ অগ্নি কান্ড।চহৰখনৰ মাজৰে গেছৰ আন্ডাৰ গ্ৰাউন্ড পৰিবাহী পাইপৰে গেছ নিৰ্গত হোৱাৰ বাবে হঠাতে জ্বলি উঠে ভয়ানক অগ্নি।জূই লেনিহান শিখা বহু নিলগৰ পৰাই প্ৰত্যক্ষ হয়।যদি এই অগ্নি কান্ড সন্ধিয়া সমৎত নহয় দিনৰ ভাগত হোৱা হলে বহু লোকৰ হতাহত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।সন্ধিয়া ভাগত জন সমাগম কম হোৱাৰ লগতে দীপাৱলীৰ বাবে চহৰখনত মানুহৰ সমাগম নাছিল, যাৰফলত ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে যোৰহাট চহৰৰ বহু লোক।কিহৰ কাৰণে অগ্নি কান্ড সংঘটিত হল এতিয়া জানিব পৰা হোৱা নাই।অগ্নি নিৰ্বাপক বাহিনীৰ তৎকালীন পদক্ষেপৰ বাবেই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।Conclusion:গেছ পৰিবাহী পাইপেৰে গেছ নিৰ্গত হোৱা এই ঘটনাই চহৰখনত আৰু দূৰ্ঘটনা সংঘটিত হোৱা নুই কৰিব নোৱাৰি।জিলা প্ৰশাসনে তৎকালীন ভাৱে গেছ পৰিবাহী পাইপ সমুখত নিৰীক্ষণ কৰাৰ সময় আহি পৰিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.