ETV Bharat / state

যোৰহাটত পিষ্টলসহ আটক গাড়ী চোৰ

author img

By

Published : Apr 26, 2019, 1:03 AM IST

দিনটোৰ ভিতৰত দুটাকৈ পিষ্টল উদ্ধাৰ আৰক্ষীৰ । উল্লেখ্য যে যোৰহাট জিলাৰ বিভিন্ন অঞ্চলৰ পৰা বিগত সময়চোৱাত সঘনাই সংঘটিত হৈছিল মটৰ চাইকেল, লঘু বাহন চুৰি ঘটনা ৷ যোৰহাট আৰক্ষীৰ নিদ্ৰাহৰণ কৰা চোৰক গ্ৰপ্তাৰ বাবে ব্যস্ত হৈ পৰিছিল যোৰহাট আৰক্ষী ।

যোৰহাটত পিষ্টল সহ আটক দুজনকৈ লোক

যোৰহাট, 25 এপ্ৰিলঃ বৃহস্পতিবাৰে পিষ্টলসহ দুটা অপৰাধীক আটক কৰিবলৈ সক্ষম হয় যোৰহাট আৰক্ষীয়ে । দিনটোৰ ভিতৰত দুটাকৈ পিষ্টল উদ্ধাৰ আৰক্ষীৰ । উল্লেখ্য যে যোৰহাট জিলাৰ বিভিন্ন অঞ্চলৰ পৰা বিগত সময়চোৱাত সঘনাই সংঘটিত হৈছিল মটৰ চাইকেল, লঘু বাহন চুৰি ঘটনা ৷ যোৰহাট আৰক্ষীৰ নিদ্ৰাহৰণ কৰা চোৰক গ্ৰপ্তাৰ বাবে ব্যস্ত হৈ পৰিছিল যোৰহাট আৰক্ষী ।

যোৰহাট আৰক্ষীৰ সাফল্য

বৃহস্পতিবাৰে সন্ধিয়া যোৰহাট তৰাজান কাকতি গাঁৱৰ নিজ গৃহৰ পৰা সঞ্জীৱ বৰদলৈ নামৰ দুৰ্ধষ গাড়ী চোৰটোক গ্ৰেপ্তাৰ কৰা লগতে এটা 9 এম এম পিষ্টল, ছয় জাই সজীৱ গুলী, দুটা মাষ্টাৰ কী্ লগতে চুৰি কাৰ্যত ব্যৱহাৰ কৰা বিভিন্ন সজুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।

আৰু পঢ়ক : শিৱসাগৰত বিষাক্ত মাখিৰ আতংক

আনহাতে সন্ধিয়া ৯:৩০ বজাত যোৰহাটৰ বড়ীগাঁৱৰ মথাউৰি পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দীপেন দাস নামৰ অপৰাধীটোক ৷ ধৃত দীপেনৰ এটা পইণ্ট 22 পিষ্টল উদ্ধাৰ কৰে । ধৃৰ্ দীপেন দাসৰ ঘৰ যোৰহাটৰ শুৱনি গাঁৱৰ । দুয়োটা অপৰাধী চুৰিৰ লগতে বিভিন্ন অপৰাধ মলক ঘটনাৰ লগত জড়িত । ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধ-পোছ আৰম্ভ কৰিছে ।

যোৰহাট আৰক্ষীৰ সাফল্য।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.