ETV Bharat / state

অসমীয়া আৰু নগাৰ মিলন ভূমিত পৰিণত হৈছে শিলডুবি - শিলডুবি চাংপাং নৰ্থ ইষ্ট এথনিক ফেষ্টিভেল

তিতাবৰৰ অসম নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চল শিলডুবিত তিনিদিনীয়া কাৰ্যসূচীৰে চতুৰ্থ বাৰ্ষিক শিলডুবি চাংপাং নৰ্থ ইষ্ট এথনিক ফেষ্টিভেল অনুষ্ঠিত কৰা হৈছে৷ এই মহোৎসৱত বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ পোৱা গৈছে ৷

north east festival
নৰ্থ ইষ্ট ফেষ্টিভেল
author img

By

Published : Jan 8, 2020, 4:14 PM IST

তিতাবৰ, 8 জানুৱাৰীঃ প্ৰতিবছৰৰ দৰে এই বৰ্ষটো তিতাবৰৰ অসম নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চল শিলডুবিত তিনিদিনীয়া কাৰ্যসূচীৰে চতুৰ্থ বাৰ্ষিক শিলডুবি চাংপাং নৰ্থ ইষ্ট এথনিক ফেষ্টিভেল অনুষ্ঠিত কৰা হৈছে। এই ফেষ্টিভেলৰ জৰিয়তে সাতভনীৰ সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে ৷

চতুৰ্থ বৰ্ষত ভৰি দিছে নৰ্থ ইষ্ট ফেষ্টিভেলে

তিনিদিনীয়া কাৰ্যসূচীৰ এই মহোৎসৱত কেইবাখনো ৰাজ্যৰ লোক উপস্থিত হৈছে ৷ এই মহোৎসৱত বিভিন্ন জনগোষ্ঠীয় কলা সংস্কৃতি,কলা কৌশল, বস্ত্ৰ তাঁত শিল্পৰ প্ৰদৰ্শনী কৰা হৈছে ৷ অসমীয়া আৰু ডালিমী দেশৰ মাজত সম্প্ৰীতিৰ এনাজৰী অধিক কটকটীয়া কৰাটোৱে এই মহোৎসৱৰ মূল উদ্দেশ্য ৷ ইপিনে বিভিন্ন জনজাতীয় খাদ্য সম্ভাৰে দৰ্শক ৰাইজক আকৰ্ষিত কৰিছে ৷ আনহাতে বিভিন্ন ৰাজ্যৰ পৰা অহা হাজাৰ হাজাৰ দৰ্শকে ভিৰ কৰিছেহি প্ৰাকৃতিক সন্দৰ্যৰে ভৰপূৰ শিলডুবিত। যেন অসমীয়া আৰু নগাৰ মিলন ভূমিত পৰিণত হৈছে মহোৎসৱথলী ৷

লগতে পঢ়ক - আজি ভাৰত বন্ধঃ ৰাজ্যৰ ঠায়ে-ঠায়ে সৰ্বাত্মক প্ৰভাৱ

Intro:File name - SHILDUBI CHANGPANG NORTH EAST ETHORNIC FESTIVAL

Story - তিতাবৰ অসম-নাগালেণ্ডৰ সীমান্তবৰ্তি শিলডুবিত চতুৰ্থ বাৰ্ষিক নৰ্থ ইষ্ট এৰ্থনিক ফেষ্টিভেল।
OCVO- প্ৰতিবছৰৰ দৰে এই বছৰো তিতাবৰ অসম-নাগালেণ্ডৰ সীমান্ত বৰ্তি অঞ্চল শিলডুবিত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে চতুৰ্থ বাৰ্ষিক শিলডুবি চাংপাং নৰ্থ ইষ্ট এথণিক ফেষ্টিভেল।
সাতভনীৰ যি সম্প্ৰীতি নিদৰ্শণ তাকে দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে এই ফেষ্টিভেল ৰ জৰিয়তে। তিনিদিনীয়া মহোৎসৱৰ এই কাৰ্যসূচীলৈ কেইবাখনো ৰাজ্যৰ লোক আহি উপস্থিত হৈছেসি। এই মহোৎসৱত বিভিন্ন জনগোষ্ঠীয় কলা সংস্কৃতি, কলা কৌশল, বস্ত্ৰ তাত শিল্পৰ প্ৰদৰ্শনীৰ জৰিয়তে প্ৰদৰ্শন কৰা হৈছে । এই মহোৎসৱৰ মুখ্য উদ্দেশ্য হৈছে অসমীয়া আৰু ডালিমী দেশৰ মাজত সম্প্ৰীতিৰ এনাজৰী অধিক কটকটীয়া কৰা। বিভিন্ন জনজাতীয় খাদ্য সম্ভাৰে আকৰ্ষিত কৰিছে দৰ্শক ৰাইজক। বিভিন্ন ৰাজ্যৰ পৰা অহা হাজাৰ হাজাৰ দৰ্শকে ভিৰ কৰিছেহি প্ৰাকৃতিক সন্দৰ্যৰে ভৰপূৰ শিলডুবিত । অসমীয়া আৰু নগাৰ মিলন ভুমিত পৰিনত হৈছে মহোৎসৱ থলি ।Body:ইয়াত বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ পোৱা গৈছে। জন জাতীয় আৰু নগা পাহাৰৰ খাদ্য ‌।Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.