ETV Bharat / state

যোৰহাটত স্বয়ম আঁচনিৰ চেক প্ৰদান অনুষ্ঠান

author img

By

Published : Jan 27, 2021, 3:36 PM IST

যোৰহাট জিলা পুথি ভঁৰালত স্বয়ম আঁচনিৰ চেক প্ৰদান অনুষ্ঠান ৷ ৭৪৫০ জন হিতাধিকাৰীক প্ৰদান কৰা হয় স্বয়ম আঁচনিৰ চেক ৷

shayam-achoni-distribution
যোৰহাটত স্বয়ম আঁচনিৰ চেক প্ৰদান অনুষ্ঠান

যোৰহাট, 27 জানুৱাৰী : যোৰহাটত বুধবাৰে অনুষ্ঠিত হয় স্বয়ম আঁচনিৰ চেক প্ৰদান অনুষ্ঠান ৷ যোৰহাট জিলা পুথি ভঁৰালত আয়োজন কৰা এক অনুষ্ঠানত ৭৪৫০ জন হিতাধিকাৰীক প্ৰদান কৰা হয় স্বয়ম আঁচনিৰ চেক ৷ এই চেক প্ৰদান অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰা উপস্থিত থাকি হিতাধিকাৰী সকলক প্ৰদান কৰে চেকসমূহ ৷ উক্ত চেক প্ৰদান অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীও ৷

উল্লেখ্য যে, অসমৰ শিক্ষিত যুৱক-যুৱতীৰে গঠিত আত্মসহায়ক গোট সমূহৰ বাবে চৰকাৰে হাতত লোৱা এই স্বয়ম আঁচনিৰ জৰিয়তে গোটৰ প্ৰতি গৰাকী সদস্যই ৫০ হাজাৰকৈ ধন লাভ কৰিব ।

লগতে পঢ়ক: উজনি সোৱণশিৰিত চীনাৰ আগ্ৰাসনক অগ্ৰাহ্য কৰিলে মহন্ত পাংগিঙে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.