ETV Bharat / state

Rhinos roam free: ঢেকীয়াখোৱাত গঁড়ৰ মুক্ত বিচৰণ, আতংকিত স্থানীয় ৰাইজ

টীয়কৰ পথাৰত দুটা প্ৰাপ্তবয়ষ্ক গঁড়ৰ বিচৰণ (Rhinos roam free) ৷ জনাঞ্চলৰ কাষতে পুৱাৰে পৰা গঁড় দুটাই বিচৰণ কৰি থকাত অঞ্চলটোত সৃষ্টি হৈছে এক আতংকময় পৰিৱেশৰ ৷

Rhinos roam free
গঁড়ৰ মুক্ত বিচৰণj ফলত আতংকিত ঢেকীয়াখোৱাবাসী
author img

By

Published : Dec 30, 2022, 10:54 AM IST

Updated : Dec 30, 2022, 12:13 PM IST

গঁড়ৰ মুক্ত বিচৰণj ফলত আতংকিত ঢেকীয়াখোৱাবাসী
  • টীয়কৰ ঢেকীয়াখোৱাৰ তিননিকুৰীয়া পথাৰত দুটা প্ৰাপ্তবয়ষ্ক গঁড়ৰ বিচৰণ (Rhinoceros roam free at Dhekiakhowa)
  • পুৱাৰে পৰা গঁড় দুটাই বিচৰণ কৰিছে অঞ্চলটোত
  • জনাঞ্চলৰ কাষতে থকা পথাৰত গঁড়ৰ বিচৰণত আতংকিত হৈছে অঞ্চলবাসী
  • জনাঞ্চললৈ ওলাই অহা গঁড় দুটা কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ পৰা অহা বুলি ধাৰণা কৰা হৈছে
  • ইতিমধ্যে ঘটনাস্থলীত উপস্থিত যোৰহাট বন বিভাগৰ দল (Jorhat Forest Department)
  • বন বিভাগৰ দলটোৱে গঁড় দুটাক অভয়াৰণ্যলৈ উভতাই পথাবৰ বাবে অব্যাহত ৰাখিছে প্ৰচেষ্টা
  • গঁড় দুটাৰ মাজৰে এটা সোমালেগৈ তিনিকুৰীয়া হাবিত
  • আনটো গঁড় মুকলি পথাৰত ঘুৰি ফুৰা প্ৰত্যক্ষ কৰি আতংকিত হৈ পৰিছে অঞ্চলবাসী

Last Updated : Dec 30, 2022, 12:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.