ETV Bharat / state

তিতাবৰত ধৰ্ষণ 4 বছৰীয়া শিশুক - মাধপুৰ

তিতাবৰৰ ধৰ্ষণ কাণ্ড ৷ চাৰি বছৰীয়া শিশুক ধৰ্ষণ লম্পটৰ ৷

তিতাবৰত ধৰ্ষণ 4 বছৰীয়া শিশুক
author img

By

Published : Jul 25, 2019, 11:16 PM IST

  • তিতাবৰৰ মাধপুৰত চাৰি বছৰীয়া শিশুক ধৰ্ষণ
  • তিতাবৰ মহকুমাৰ অন্তৰ্গত মাধপুৰ আৰক্ষী চকীৰ অন্তৰ্গত বেঙেনা খোৱাত লজ্জাজনক ঘটনা
  • বৃহস্পতিবাৰে দিনৰ 2 বজাত ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ধৰ্ষণ কাণ্ড
  • 4 বছৰীয়া শিশু আশীৰ্বাদ মটৰ ৱৰ্ক শ্বপত আনি সংঘটিত কৰিলে ধৰ্ষণ কাৰ্য
  • জঘন্য কাণ্ড সংঘটিত কৰি পলায়ন লম্পটৰ
  • মাধপুৰত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত
  • উন্নত চিকিৎসা বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ শিশুটিক

Intro:তিতাবৰ মহকুমাৰ অন্তৰ্গত মাধপুৰ আৰক্ষী চকীৰ অন্তৰ্গত বেঙেনা খোৱা তিনি আলি আজি দিনৰ প্ৰায় 2বজাত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি এটা নৰহ উপাধি লম্পটে সংঘটিত কৰিলে এটা জঘন্য ঘটনা এজনী 4বছৰীয়া শিশু আশীৰ্বাদ মটৰ ওৱক শ্চপত আনি সংঘঠিত কৰিলে ধৰ্ষণ । এই অমানবীয় ঘটনা সংঘটিত কৰি পলায় কৰিলে নৰাধম টো।Body:মাধপুৰত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত বৰ্তমান উন্নত চিকিৎসা বাবে শিশু টোক যোৰহাট চিকিৎসা মহাবিদ্যালৈ প্ৰেৰণ কৰিছে। Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.