ETV Bharat / state

CAA বাতিলৰ দাবীৰে যোৰহাটত বৃহৎ জোঁৰ সমদল

author img

By

Published : Feb 8, 2020, 8:28 PM IST

শনিবাৰে CAA বাতিলৰ দাবীত যোৰহাটত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত এক জোঁৰ সমদল বাহিৰ কৰে ৷

CAA বাতিলৰ দাবী
CAA বাতিলৰ দাবী

যোৰহাট, 8 ফেব্ৰুৱাৰীঃ শনিবাৰে যোৰহাটত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত, ৩০ জনগোষ্ঠীয় সংগঠন, শিল্পী সমাজ আৰু যোৰহটীয়া ৰাইজৰ সহযোগত, CAA বাতিলৰ দাবীত এক জোঁৰ সমদল বাহিৰ কৰে ৷ প্ৰতিবাদকাৰীসকলে বিভিন্ন CAA বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

যোৰহাটত বৃহৎ জোঁৰ সমদল

লগতে পঢ়ক ঃ কাকপথাৰত CAA বাতিলৰ দাবীত শহস্ৰাধিক ৰাইজৰ উপস্থিতিত 'গণ গৰ্জন' কাৰ্যসূচী

Intro:নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি বৃহৎ জুৰ সমদল আছু,যূৱ ছাত্র পৰিষদৰ।Body:
সমগ্র ৰাজ্যৰ লগতে যোৰহাটতো সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আৰু ৩০ জনগোষ্ঠীয় সংগঠন, শিল্পী সমাজৰ আৰু যোৰহটীয়া ৰাইজৰ সহযোগত "কা" বাতিল দাবিত জোৰ সমদল বাহিৰ কৰে। যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ চৌহদৰ পৰা এক বিশাল জোৰ সমদল বাহিৰ কৰি যোৰহাট নগৰখন পৰিভ্ৰমণ কৰে প্ৰতিবাদকাৰী সকলে। প্ৰতিবাদকাৰী সকলে বিভিন্ন কা বিৰোধী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

BYTE:জূল খাউন্ড (কেন্দ্ৰীয় সাংগঠনিক সম্পাদক, আছু)Conclusion:প্ৰতিবাদৰ ভাষা বুজি নোপোৱা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক কঠোৰ সকিয়নী,সময় থাকোতেই উপলব্ধি কৰক।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.