ETV Bharat / state

গোৱা আৰক্ষীৰ জালত ৰাজা বাইলুঙ - ছ'চিয়েল মিডিয়া

চিটা ডি গোৱা নামৰ বিলাসী হোটেলখনৰ পৰা আটক কৰে ৰাজা বাইলুঙক। প্ৰদীপ বুঢ়াগোঁহাই নামৰ এজন বিষয়াক অশ্লীল ভাষাৰে গালি গালাজ দিছিল ধৃত বাইলুঙে

গোৱা আৰক্ষীৰ জালত ৰাজা বাইলুঙ
author img

By

Published : Aug 26, 2019, 5:36 PM IST

যোৰহাট, 26 আগষ্ট : যোৰহাট যান বাহন আৰক্ষীক অশ্লীল গালি গালাজ দি পলাতক হৈ থকা প্ৰাঞ্জল প্ৰাণ বাইলুঙক আটক কৰে গোৱা আৰক্ষীয়ে ৷ দেওবাৰে নিশা 2 মান বজাত গোৱা পুলিচে হোটেল চিটা ডি গোৱা নামৰ বিলাসী হোটেলখনৰ পৰা আটক কৰে বাইলুঙক। উল্লেখ্য যে,বিগত 14 আগষ্টৰ দিনা প্ৰাঞ্জল প্ৰাণ বাইলুঙ ওৰফে ৰাজা বাইলুঙে যোৰহাট যান বাহন আৰক্ষীৰ প্ৰদীপ বুঢ়াগোঁহাই নামৰ এজন বিষয়াক কৰ্তব্যৰত অৱস্থাত অশ্লীল ভাষাৰে গালি গালাজ দিছিল। আৰু তাৰ পাছতেই ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ভিডিওটো । ইতিমধ্যে ৰাজা বাইলুঙক অসমলৈ আনিবৰ বাবে এটা দল গোৱালৈ ৰাওনা হৈছে ।

Intro:গোৱাত আৰক্ষীৰ জালত ৰাজা বাইলুঙ*Body:*

যোৰহাট যান বাহন আৰক্ষীক অশ্লীল ব্যবহাৰ কৰি পলাতক হৈ থকা প্ৰাঞ্জল প্ৰাণ বাইলুঙ ওৰফে প্ৰাঞ্জল প্ৰাণ বাইলুঙক গোৱাৰ ড'না পলাৰ পৰা গোৱা পুলিচে আটক কৰে। যোৱা নিশা প্ৰায় ২ মান বজাত গোৱা পুলিচে হোটেল চিটা ডি গোৱা নামৰ বিলাসী হোটেল খনৰ পৰা আটক কৰে। উল্লেখ্য যে বিগত ১৪ আগষ্টৰ দিনা প্ৰাঞ্জল প্ৰাণ বাইলুঙ ওৰফে ৰাজা বাইলুঙে যোৰহাট যান বাহন আৰক্ষীৰ প্ৰদীপ বুঢ়াগোঁহাই নামৰ এজন বিষয়াক কৰ্তব্যৰত অৱস্থাত অশ্লীল ভাষাৰে গালি গালাজ দিছিল। আৰু তাৰ পাছতেই চ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ভিডিওটো। ইতিমধ্যে ৰাজা বাইলুঙক অসমলৈ আনিবৰ বাবে এটা দল গোৱালৈ ৰাওনা হৈছে।
Conclusion:যোৰহাট আৰক্ষী সাফল্য বাবেই যোৰহটিয়া সচেতন ৰাইজে স্বতিৰ নিশ্সাস পেলাইছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.