ETV Bharat / state

CPI rally in Titabar: তিতাবৰত চি পি আইৰ জনসভা

author img

By

Published : Mar 24, 2023, 10:59 PM IST

তিতাবৰ গুদু চিনেমা হলৰ প্ৰাংগনত শুকুৰবাৰে চি পি আইয়ে অনুষ্ঠিত কৰে এখন জনসভাৰ (Public meeting by CPI in Titabar) । উক্ত জনসভাত কেইবাটাও দাবী উত্থাপন কৰাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনত কিদৰে ৰণকৌশল তৈয়াৰ কৰিব সেই সন্দৰ্ভতো সভাত উপস্থিত ৰাইজৰ পৰা মতামত গ্ৰহণ কৰে । লগতে উক্ত জনসভাতে যোৰহাটত এখন উপ-ৰাজধানী গঢ়ি তোলাৰ বাবে চৰকাৰক আহ্বান জনাই চি পি আইয়ে ।

Public meeting by CPI in Titabar
তিতাবৰত চি পি আইৰ জনসভা
তিতাবৰত চি পি আইৰ জনসভা

যোৰহাট,২৪ মাৰ্চ: তিতাবৰত চি পি আইৰ প্ৰতিবাদী জনসভা (CPI rally in Titabar) । উজনি অসমৰ প্ৰাণকেন্দ্ৰস্বৰূপ যোৰহাটত উপ ৰাজধানী স্থাপন দাৱী ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ স্থগিত ৰখা, উজনি অসমৰ যোৰহাটত এখন উপ ৰাজধানী স্থাপন কৰাৰ দাবীত আৰু চৰকাৰৰ সাম্প্ৰদায়িক তথা জনবিৰোধী কাম কাজৰ বিৰুদ্ধে চি পি আইয়ে অনুষ্ঠিত কৰে প্ৰতিবাদী জনসভাখনৰ (Public meeting by CPI in Titabar) ।

শুকুৰবাৰে যোৰহাট জিলা সমিতিৰ উদ্যোগত তিতাবৰ গুদু চিনেমা হলৰ প্ৰাংগনত অনুষ্ঠিত হোৱা প্ৰতিবাদী জনসভাত দুই শতাধিক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে । ৰাজ্যৰ বিভিন্ন প্ৰান্ত পৰা অহা চি পি আইৰ নেতা-কৰ্মীসকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা জনসভাখনত উদ্দাত্ত ভাষণেৰে শাসনাধিস্থ বিজেপি চৰকাৰখনক থকা সৰকা কৰে । এই এই জনসভাৰ পাছতে জিলাই জিলাই জনসাধাৰণৰ মাজত সুসম্পৰ্ক গঢ়ি তোলাৰ বাবে পদযাত্ৰাৰ কাৰ্যসুচী লোৱা হ'ব বুলি চি পি আই শীৰ্ষ নেতৃত্বয়ে জানিবলৈ সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে ।

শুকুৰবাৰে অনুষ্ঠিত এই জনসভাতে আগন্তুক নিৰ্বাচনসমূহত চি পি আইৰ দলৰ প্ৰতিনিধি থিয় কৰোৱাৰ বাবে কুজ-কাৱাজ আৰম্ভ কৰা বুলি উল্লেখ কৰে(CPI is ready for the upcoming election) । উল্লেখ্য উজনি অসমৰ প্ৰানকেন্দ্ৰস্বৰূপ যোৰহাটত এখন উপ-ৰাজধানী গঢ়ি উঠিলে জনসাধাৰণৰ বহু কাম-কাজ সহজ সাধ্য হৈ পৰিব । সেয়েহে চৰকাৰক যোৰহাট জিলাত এখন উপ-ৰাজধানী গঢ়ি তোলা বাবে চি পি আই দাবী জনাই (CPI demands for sub-capital in Jorhat) ।

লগতে ইয়াৰ বাবে বৃহৎ জনমত গঢ়ি তোলাৰ হব বুলি জানিবলৈ দিয়ে । আনহাতে তিতাবৰত অনুষ্ঠিত জনসভাতেই আগন্তুক নিৰ্বাচন বাবে কেনেদৰে চি পি আই দলে কি ৰণকৌশল তৈয়াৰ কৰি আগৱাঢ়ি যাব সেই সম্পৰ্কে সভাত উপস্থিত কৰ্মীসকলৰ পৰাৰ মতামত গ্ৰহণ কৰা হয় । কংগ্ৰেছৰ অভেদ্য দুৰ্গ হিচাপে খ্যাত তিতাবৰত অনুষ্ঠিত চি পি আই প্ৰতিবাদী জনসভাই যে এক ৰাজনৈতিক বাৰ্তা প্ৰেৰণ কৰিছে সেয়া এক প্ৰকাৰ নিশ্চিত ।

লগতে পঢ়ক: PMAY Scheme: চৰকাৰী ভূমিত বসবাস কৰা নগৰ-চহৰৰ দৰিদ্ৰ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.