ETV Bharat / state

যোৰহাটৰ বিদুৎ বিভাগৰ কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্যসূচী

যোৰহাটৰ APDCL কাৰ্যালয়ৰ ভিতৰতে ধৰ্মঘটত বহিল শতাধিক কৰ্মচাৰী ৷ প্ৰতিবাদকাৰীয়ে বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তুলে প্ৰতিবাদস্থলী ৷

শতাধিক কৰ্মচাৰীৰ প্ৰতিবাদ
যোৰহাটৰ বিদুৎ বিভাগৰ কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্যসূচী
author img

By

Published : Nov 26, 2020, 5:02 PM IST

যোৰহাট, 26 নৱেম্বৰ : কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতি, ৰাজহুৱা খণ্ডৰ লগতে বিদ্যুৎ বিতৰণ খণ্ডৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচন সমূহৰ আহ্বানত আৰু বিদ্যুৎ কৰ্মচাৰী, অভিযন্তাৰ ৰাষ্ট্ৰীয় সমিতিৰ সমৰ্থনত 6 নৱেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰে সমগ্ৰ দেশজুৰি পালন কৰিছে সাধাৰণ ধৰ্মঘট । প্ৰতিবাদকাৰীয়ে বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তুলিছে প্ৰতিবাদস্থলী ৷ অসমৰো বিভিন্ন স্থানত সাব্যস্ত কৰা হৈছে প্ৰতিবাদ ৷

শতাধিক কৰ্মচাৰীৰ প্ৰতিবাদ
যোৰহাটৰ বিদুৎ বিভাগৰ কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্যসূচী

যোৰহাটত APDCL কাৰ্যালয়ৰ ভিতৰতো ধৰ্মঘটত বহিল শতাধিক কৰ্মচাৰীয়ে ৷ বিদ্যুত খণ্ডৰ ব্যক্তিগতকৰণৰ চক্ৰান্ত বন্ধ কৰক, শক্তিখণ্ডক ব্যক্তিগতকৰণ কৰা বন্ধ কৰক, APDCL ৰ ব্যক্তিগতকৰণ কৰা বন্ধ কৰক আদি বিভিন্ন দাবী তথা চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল হৈ পৰে কাৰ্যালয় ৷

লগতে পঢ়ক : ধুবুৰীৰ আধাৰ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.