ETV Bharat / state

APSC language controversy:লোকসেৱা আয়োগক লৈ চৰকাৰৰ সিদ্ধান্তত খড়্গহস্ত আছু - Protest by All Jorhat District Students' Union

অসম লোকসেৱা আয়োগ(Assam Public Service Commission)ৰ পৰীক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ (Protest against new rule of APSC) ৷ সোমবাৰে যোৰহাটত প্ৰতিবাদত নামিল সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা (Protest by All Jorhat District Students' Union) ৷

Protest against new rule of APSC
অসম লোকসেৱা আয়োগৰ ক্ষেত্ৰত চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে যোৰহাটত প্ৰতিবাদ
author img

By

Published : Nov 29, 2021, 5:38 PM IST

যোৰহাট, 29 নৱেম্বৰ: অসম লোকসেৱা আয়োগ(Assam Public Service Commission)ৰ পৰীক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে আজিও ৰাজ্যত অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী (Protest against new rule of APSC)। দেশৰ আন আন ৰাজ্যত আঞ্চলিক ভাষাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি অহাৰ সময়তে ৰাজ্য চৰকাৰখনে অসমীয়া ভাষাক অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা আঁতৰ কৰা (Withdrawal of Assamese language from APSC)ত শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাব্যস্ত হৈছে প্ৰতিবাদ ।

অসম লোকসেৱা আয়োগৰ ক্ষেত্ৰত চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে যোৰহাটত প্ৰতিবাদ

বিভিন্ন দল-সংগঠন, ব্যক্তি বিশেষে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰি অহাৰ সময়তে পুনৰ যোৰহাটৰ ৰাজপথত নামিল সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা (All Jorhat District Students Union) । অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা বাধ্যতামূলক অসমীয়া ভাষা (Compulsory subjects in APSC)ৰ প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰাৰ প্ৰতিবাদত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই আজি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদী অৱস্থান ধৰ্মঘটৰ এক কাৰ্য্যসূচী ৰূপায়ন কৰে ৷

প্ৰতিবাদস্থলীৰ পৰাই সংগঠনটোৱে অতি শীৰ্ঘে চৰকাৰক অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ক্ষেত্ৰত প্ৰৱৰ্তন কৰা এই নিয়ম প্ৰত্যাহাৰ কৰিবলৈ জনালে দাবী ৷

লগতে পঢ়ক: APSC ৰ পৰা অসমীয়া ভাষা নোহোৱা কৰা সিদ্ধান্তই জাতিৰ সংকট আৰু বৃদ্ধি কৰিব !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.