ETV Bharat / state

যোৰহাটৰ ৰাজপথত চীনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত

চীনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত যোৰহাটৰ ৰাজপথত ৷ প্ৰতিবাদত অংশগ্ৰহণ কৰা দল-সংগঠনে ৰাইজক চীনা সামগ্ৰী বৰ্জন কৰি ভাৰতীয় নাগৰিক হোৱাৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায় ৷

author img

By

Published : Jun 18, 2020, 6:16 PM IST

Protest against China jorhat assam etv bharat news
চীনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত

যোৰহাট,18 জুন: দেশৰ সীমান্তত সংঘটিত সংঘৰ্ষত বিশজনকৈ ভাৰতীয় সৈনিকৰ প্ৰাণ কাঢ়ি নিয়া চীনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত যোৰহাটৰ ৰাজপথত ৷ জিলাখনৰ কেইবাটাও জাতীয় সংগঠনে অংশ লয় এই প্ৰতিবাদী কাৰ্যসূচীত । প্ৰতিবাদী সংগঠনকেইটাই ৰাইজক চীনা সামগ্ৰীৰ লগতে ম’বাইল এপ বৰ্জন কৰি চীনৰ বিৰুদ্ধে অৰ্থনৈতিক যুঁজ দিবলৈ আহ্বান জনায় ৷

চীনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত

তদুপৰি চহৰখনৰ মাজমজিয়াত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলে সাব্যস্ত কৰে চীনৰ বিৰুদ্ধে প্ৰতিবাদ ৷ সংগঠনটোৱে ৰাইজক সকলো চীনা সামগ্ৰী বৰ্জন কৰি প্ৰকৃত ভাৰতীয় নাগৰিক হিচাপে দায়িত্ব পালন কৰিবলৈ আহ্বান জনায় ।

লগতে চাওকঃ অভাৱগ্ৰস্তলৈ সহায়ৰ হাত তুলতুল কছাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.