ETV Bharat / state

যোৰহাটত অব্যাহত প্ৰতিবাদ

author img

By

Published : Dec 17, 2019, 12:21 PM IST

বিগত দুদিন ধৰি সম্পূৰ্ণ অচল হৈ আছে যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয় ৷ কাৰ্যালয়ৰ প্ৰশাসনিক কৰ্মচাৰী সকলে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদত কৰ্মবিৰতি পালন কৰাৰ লগতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

Jorhat
কা বিৰোধী প্ৰতিবাদ

যোৰহাটত 17 ডিচেম্বৰঃ কেৱল দল সংগঠনৰ মাজতেই সীমাবদ্ধ থকা নাই নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ যোৰহাটত সংশোধিত আইনখনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল চিকিৎসক সন্থাৰ লগতে ঔষধ বিক্ৰী সন্থা ৷
আনহাতে দ্বিতীয় দিনাও সম্পূৰ্ণ অচল যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয় ৷ কাৰ্যালয়ৰ প্ৰশাসনিক কৰ্মচাৰী সকলে পুৱা 10 বজাৰ পৰা 4 বজালৈকে কৰ্মবিৰতি পালন কৰাৰ লগতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ইয়াৰোপৰি অসমীয়া বঙালী সমাজৰ প্ৰায় তিনি শতাধিক লোকে চহৰ খনৰ মাজৰে প্ৰতিবাদী সমদল উলিয়াই উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

লগতে পঢ়ক - শীঘ্ৰে 55,000 খালী পদ পূৰ্ণ কৰিব অসম চৰকাৰে

Intro:Body:

JORHAT CAA PROTEST

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.