ETV Bharat / state

তিতাবৰত পুত্ৰৰ চিকিৎসাৰ বাবে এগৰাকী মাতৃৰ কৰুণ বিননি - তিতাবৰ

যোৰহাটৰ তিতাবৰত এগৰাকী মাতৃৰ কৰুণ বিননি ৷ অতি দৰিদ্ৰ পৰিয়াল হোৱা বাবে পুত্ৰক চিকিৎসা কৰিবলৈ সক্ষম নহয় পৰিয়ালটো ৷ দীৰ্ঘ দিন ধৰি মানসিক ৰোগত আক্ৰান্ত যুৱকজন ৷

পুত্ৰৰ চিকিৎসাৰ বাবে এগৰাকী মাতৃৰ কৰুণ বিননি
author img

By

Published : Sep 15, 2019, 2:03 PM IST

যোৰহাট, 15 ছেপ্তেম্বৰঃ যোৰহাটৰ তিতাবৰত এগৰাকী মাতৃৰ কৰুণ বিননি ৷ অৰ্থৰ অভাৱৰ বাবে পুত্ৰক শিকলি লগাই বান্ধি ৰাখিব লগা পৰিস্থিতি সৃষ্টি হৈছে পৰিয়ালটোৰ ৷

পুত্ৰৰ চিকিৎসাৰ বাবে এগৰাকী মাতৃৰ কৰুণ বিননি

একবিংশ শতিকাত আজিও চিকিৎসাৰ অভাৱত ভৰিত শিকলি বান্ধি থৱ লগা হৈছে এজন যুৱকক । যুবক জনৰ নাম নিৰঞ্জন দাস । দীৰ্ঘ দিন ধৰি মানসিক ৰোগত আক্ৰান্ত যুৱকজন ৷ শিকলি খুলিলে যুৱক জনে ৰাজ পথত সন্ত্ৰাসৰ সৃষ্টি কৰে, কেতিয়াবা হাতত চোকা অস্ত্ৰ লৈ সন্ত্ৰাস সৃষ্টি কৰে, কেতিয়াবা উলংগ হয় ।অতি দৰিদ্ৰ পৰিয়াল হোৱা বাবে পুত্ৰক চিকিৎসা কৰিবলৈ সক্ষম নহয় পৰিয়ালটো ৷ সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰ তথা অসম বাসী ৰাইজৰ পৰা সহায়ৰ হাত বিচাৰিছে দুৰ্ভগীয়া মাতৃ গৰাকীয়ে । কোনো সদাশয় ৰাইজে সহায় কৰিব বিচাৰে তেন্তে মোবাইল নম্বৰ- 7086726947 আৰু একাউণ্ট নম্বৰ 0029010221832IFC code UTBI0TT B331 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে মাতৃগৰাকীয়ে ৷

Intro:Special একবিংশ শতিকাত আজিও চিকিৎসাৰ অভাৱত ভৰিত শিকলি বান্ধি থৱ লগা হৈছে এজন যুৱক ।যুৱক জন কিছু বছৰৰ আগত সুস্থ সৰল আছিল আজি এজন মানসিক ৰোগী পিতৃ হীন এই যুবক জনৰ নাম নিৰঞ্জন দাস ওৰফে দৌ । শিকলি খুলিলে যুৱ জনে তিতাবৰ ৰাজ পথত সন্ত্ৰাসৰ সৃষ্টি কৰে কেতিয়াবা হাতত চোকা অস্ত্ৰ লৈ সন্ত্ৰাস সৃষ্টি কৰে কেতিয়াবা উলংগ হৈ। তিতাবৰ তিনি আলিৰ পূৰণিমা দাসৰ পুত্ৰ এই নীৰঞ্জন দাস ।অতি দৰিদ্ৰ পৰিয়ালৰ হোৱাৰ বাবে চিকিৎসা কৰাৰ পৰা নাই এই যুৱ জনক etv ভাৰতৰ জৰিয়তে অসম বাসী ৰাইজৰ পৰা সহায়ৰ হাতত বিচাৰিছে পৰিয়াল টো ৱে।কোনো ৰাইজ তথা চৰকাৰৰ পৰা বিচাৰে সহায় কোনো মহান ব্যক্তি যদি অলপ সহায় হাতত আগ বঢ়াই তেতিয়া এই পৰিয়াল টোৰ মূখত হাঁহি বিৰিঙিব পাৰে Body:পৰিয়াল টোৰ যোগা যোগ নম্বৰ 7086726947 আৰু একাউণ্ট নম্বৰ 0029010221832IFC code UTBI0TT B331Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.